নিউজ ডেক্স, 13 আগষ্টঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিয়াৰ্ছ গ্ৰীলছৰ সতে দু-সাহসিক যাত্ৰাত ছ'চিয়েল মেডিয়াত চৰ্চিত বিষয় হৈ পৰিছে ৷
টুইটাৰ ট্ৰেনডত দেশৰ ভিতৰতে শীৰ্ষত আৰু সমগ্ৰ বিশ্বতে প্ৰধান মন্ত্ৰী গ্ৰীলছৰ সতে যাত্ৰা দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয় ৷ আৰু দেশৰ বিভিন্ন জনপ্ৰিয় অভিনেতা অনিল কাপুৰ,ৰণদীপ হুদাকে ধৰি টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷