ETV Bharat / bharat

ঝাৰখণ্ডৰ দুমকাৰ পৰা লেহ যাবলগীয়া শ্ৰমিক ৰে'ল বাতিল - ঝাৰখণ্ড

সীমান্ত চড়ক সংস্থাৰ নিৰ্মাণ কাৰ্যৰ বাবে ঝাৰখণ্ডৰ দুমকাৰ পৰা লেহ যাবলগীয়া এখন বিশেষ শ্ৰমিক ৰে'ল মঙলবাৰে বাতিল কৰা হয় । ভাৰত-চীনৰ সেনাৰ মাজত অব্যাহত থকা সংঘৰ্ষৰ বাবেই প্ৰৱাসী শ্ৰমিকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ৰে'লখন ।

ঝাৰখণ্ড
ঝাৰখণ্ডৰ দুমকাৰ পৰা লেহ যোৱা শ্ৰমিক ৰে'ল বাতিল
author img

By

Published : Jun 17, 2020, 9:30 AM IST

নিউজ ডেস্ক, ১৭ জুনঃ ঝাৰখণ্ডৰ দুমকাৰ পৰা ১৬০০ গৰাকী প্ৰৱাসী শ্ৰমিকেৰে লেহ অভিমুখে যাবলগীয়া বিশেষ শ্ৰমিক ৰে'লখন মঙলবাৰে বাতিল কৰা হয় । সীমান্ত চড়ক সংস্থাৰ অধীনত পথ নিৰ্মাণৰ উদ্দেশ্যৰে লৈ যাবলৈ ওলোৱা শ্ৰমিৰ ৰে'লখন ভাৰত-চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ বাবেই বাতিল কৰা হয় বুলি সদৰি কৰে ৰে'ল কৰ্তৃপক্ষই ।

ঝাৰখণ্ড
ঝাৰখণ্ডৰ দুমকাৰ পৰা লেহ যোৱা শ্ৰমিক ৰে'ল বাতিল

বিগত ১৩ জুনৰ পাচত এইখন আছিল দ্বিতীয়খন বিশেষ ৰে'ল, যত ঝাৰখণ্ড চৰকাৰ আৰু সীমান্ত চড়ক সংস্থা (BRO)ৰ মাজত হোৱা চুক্তিৰ পাচত লেহৰ পথৰে বৃহৎ সংখ্যক শ্ৰমিকক লৈ যাবলৈ সাজু হৈছিল ।

আনহাতে, ঘটনা সন্দৰ্ভত দুমকাৰ উপায়ুক্ত ৰাজেশ্বৰী বিয়ে কয় যে, শ্ৰমিকসকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰে'ল সেৱা বাতিল কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.