ETV Bharat / bharat

বন বিভাগৰ জালত 5 জন লোকক হত্যা কৰা বাঘ - বন বিভাগ

তণ্ডোবা আৰ্ধাৰী ৰিজাৰ্ভৰ লগতে ওচৰৰ এলেকাত সন্ত্ৰাস চলাই পাঁচ জন লোকক হত্যা কৰা বাঘটোক অৱশেষত ১০ জুনত বন বিভাগে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । মহাৰাষ্ট্ৰৰ বন বিভাগে ৮ জুনত বাঘটোক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । বন বিভাগৰ নিৰ্দেশৰ পিচতে ১০ জুনত বাঘটোক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ।

tiger-captured-after-killing-five-people-dies-in-nagpur

author img

By

Published : Jun 22, 2020, 10:12 PM IST

নিউজ ডেস্ক, ২২ জুন : তণ্ডোবা আৰ্ধাৰী ৰিজাৰ্ভৰ লগতে ওচৰৰ এলেকাত সন্ত্ৰাস চলাই পাঁচ জন লোকক হত্যা কৰা বাঘটোক অৱশেষত ১০ জুনত বন বিভাগে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

এগৰাকী বন বিষয়াই জনোৱা অনুসৰি, নাগপুৰৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ আঁতৰৰ চন্দ্ৰপুৰ জিলাৰ কালাৰা বন বিভাগৰ অধীনৰ কালাৰা, বামগাঁও আৰু চতনা গাঁৱত পাঁচজন লোকক হত্যা কৰিছিল বাঘটোৱে ।

tiger-captured-after-killing-five-people-dies-in-nagpur
অৱশেষত বন বিভাগে কৰায়ত্ব কৰিলে নাগপুৰত সন্ত্ৰাস চলোৱা বাঘ

উক্ত ঘটনাৰ পিচতে মহাৰাষ্ট্ৰৰ বন বিভাগে ৮ জুনত বাঘটোক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । বন বিভাগৰ নিৰ্দেশৰ পিচতে ১০ জুনত বাঘটোক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু ১১ জুনত নাগপুৰৰ গোৰেবাণ্ডা ৰেচকিউ চেন্টাৰলৈ বাঘটোক স্থানান্তৰিত কৰা হৈছিল ।

লগতে পঢ়ক : 150 বিলিয়ন ডলাৰ বজাৰ মূল্যত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় কোম্পানীৰ তালিকাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.