ETV Bharat / bharat

মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : Jan 22, 2021, 10:42 PM IST

মিজোৰামৰ চম্পাই জিলাত সীমা শুল্ক বিভাগ আৰু অসম ৰাইফলছৰ বেটেলিয়নৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ।

মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

নিউজ ডেস্ক, ২২ জানুৱাৰী: মিজোৰামৰ চম্পাই জিলাৰ হাবি জংঘলেৰে ভৰা অঞ্চল ঝটে এলেকাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ।

মিজোৰামৰ চম্পাই জিলাত সীমা শুল্ক বিভাগ আৰু অসম ৰাইফলছৰ বেটেলিয়নৰ যুটীয়া অভিযানত শুকুৰবাৰে এ কে-৫৬ ৰাইফল, তিনিটা খালী মেগজিন আৰু ম্যানমাৰৰ ২,৩০,০০০ টকা উদ্ধাৰ কৰে ।

এই মাৰাণাস্ত্ৰখিনি এখন ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত শুল্ক বিভাগে উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:মেঘালয়ৰ কয়লাৰ খনিত অঘটন: অসমৰ শ্ৰমিকৰ মৃত্যুমেঘালয়ৰ কয়লাৰ খনিত অঘটন: অসমৰ শ্ৰমিকৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.