ETV Bharat / bharat

ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়া উচিতঃ কামাল হাচান - TELEGU DESHAM PARTY

কংগ্ৰেছ আৰু তেলেগু দেশম পাৰ্টীৰ নেতাৰ ঘৰত বিগত সপ্তাহৰ পৰা তালাচী অভিযান চলায় আছে আয়কৰ বিভাগে

ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়া উচিত : কামাল হাচান
author img

By

Published : Apr 8, 2019, 12:57 PM IST

নিউজ ডেস্ক, ৮ এপ্ৰীলঃ মাক্কাল নিধি মাইয়াম প্ৰমুখ কামাল হাচানে সোমবাৰে আয়কৰ বিভাগে চলাই থকা তালাচীক সমৰ্থন কৰে । আয়কৰ বিভাগে যোৱা সপ্তাহৰ পৰা দেশৰ বিভিন্ন ঠাইত তালাচী অভিযান আৰম্ভ কৰিছে । নেতা গৰাকীয়ে এই তালাচী অভিযানক এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল পদক্ষেপ বুলি অভিহিত কৰে । তেওঁ লগতে ইয়াকো কয় যে এই তালাচী অভিযান সকলোৰে বাবে কোনো ৰাজনৈতিক দলৰ ভেদাভেদ নোহোৱাকৈ চলিব লাগে । ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়াটো প্ৰয়োজন বুলিও তেওঁ কয় । তেওঁৰ দল মাক্কাল নিধি মাইয়াম(এম এন এম)ৰ ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰ 'কোভায় ২০২৪' মুকলি কৰি তেওঁ এই কথা কয় । কংগ্ৰেছ আৰু তেলেগু দেশম পাৰ্টিৰ বিভিন্ন নেতাৰ ঘৰত বিগত সপ্তাহৰ পৰা তালাচী অভিযান চলায় আছে আয়কৰ বিভাগে ।

ইপিনে এই তালাচী অভিযানক তীব্ৰ ভাষাৰে গৰিহণা দিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে । তেওঁৰ মতে এই তালাচী অভিযান নিৰ্বাচনী অভিযানক অচল কৰিবলৈ চৰকাৰৰ এক কৌশল বুলি অভিহিত কৰে ।

THOSE WHO HOARD PEOPLE'S MONEY SHOULD BE PUNISHED: kamal hasan on it raid

ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়া উচিত : কামাল হাচান

নিউজ ডেস্ক, ৮ এপ্ৰীল : মাক্কাল নিধি মাইয়াম(এম এন এম) প্ৰমুখ কামাল হাচানে সোমবাৰে আইকৰ বিভাগে চলাই থকা তালাচীক সমৰ্থন কৰে । আইকৰ বিভাগে যোৱা সপ্তাহৰ পৰা দেশৰ বিভিন্ন ঠাইত তালাচি অভিযান আৰম্ভ কৰিছে । নেতা গৰাকীয়ে এই তালাচী অভিযানক এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল পদক্ষেপ বুলি অভিহিত কৰে । তেওঁ লগতে ইয়াকো কয় যে এই তালাচি অভিযান সকলোৰে বাবে কোনো ৰাজনৈতিক দলৰ ভেদাভেদ নোহোৱাকৈ চলিব লাগে । ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়াটো প্ৰয়োজন বুলিও তেওঁ কয় । তেওঁৰ দল  মাক্কাল নিধি মাইয়াম(এম এন এম)ৰ ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰ 'কোভায় ২০২৪' মোকলি কৰি তেওঁ এই কথা কয় । 
কংগ্ৰেছ আৰু তেলেগু দেশম পাৰ্টীৰ বিভিন্ন নেতাৰ ঘৰত বিগত সপ্তাহৰ পৰা তালাচি অভিযান চলায় অছে । 
ইপিনে এই তালাচী অভিযানক তিব্ৰ ভাষাৰে গৰিহনা দিছে কংগ্ৰেছ নেতা আৰু প্ৰাক্তন মন্ত্ৰী পি চিডাম্বৰমে । তেওঁ মতে এই তালাচী অভিযান নিৰ্বাচনী অভিযানক অচল কৰিবলৈ চৰকাৰৰ এক কৌশল বুলি অভিহিত কৰে । 
Kamalhaasan.JPG
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.