ETV Bharat / bharat

পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

পিছুৱাই দিয়া হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৮ ছেপ্তেম্বৰত মুকলি কৰিবলগীয়া ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কাৰ্যসূচী ৷

পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

author img

By

Published : Sep 17, 2020, 12:40 PM IST

তেজপুৰ, 17 ছেপ্তেম্বৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা ১৮ ছেপ্তেম্বৰত ভিডিঅ' কনফাৰেন্সযোগে অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙৰ "দিতে ডিমে"ৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কৰিবললগীয়া আছিল যদিও, সেই কাৰ্যসূচী কিছুদিনলৈ আনুষ্ঠানিকভাৱে পিছুৱাই দিয়া হয় ৷ এই তথ্য় প্ৰদান কৰে সীমান্ত পথ সংস্থা বি আৰ অ'ৰ কৰ্ণেল বেজেলে ৷

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰতিৰক্ষা মন্ত্ৰী সিঙে নতুন দিল্লীৰ পৰা সম্বোধন কৰি মুকলি কৰিবলগীয়া উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ অধীনৰ, এই দলং খন নিৰ্মাণ কৰি উলিয়াইছে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে ৷ উল্লেখ্য যে, এই কাৰ্যসূচী পিছুৱাই দিয়াৰ বিষয়ে বৰ্তমানেও কোনো ধৰণৰ তথ্য বা কাৰণ জানিব পৰা যোৱা নাই ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.