ETV Bharat / bharat

সুৰ পালে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাই - perform by sribastav's dance troop

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাক গীতৰ ৰূপ দি সেই গীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰিলে শ্ৰীবাস্তৱৰ নৃত্য মণ্ডলীয়ে । মাল্লেশ্বৰা চহৰত বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত সভাত শ্ৰীবাস্তৱৰ নৃত্য মণ্ডলীয়ে ভাৰতনাত্যম, অ'ডিছি, কথক, কুচিপুড়ি আৰু মোহিনিয়াট্টম নৃত্য কৰে ।

সুৰ পালে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাই

author img

By

Published : Dec 26, 2020, 3:47 PM IST

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: শুক্ৰবাৰে মাল্লেশ্বৰা চহৰত বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত সভাত শ্ৰীবাস্তৱৰ নৃত্য মণ্ডলীয়ে নৃত্য কৰিলে এক ব্যক্তিৰ সুৰৰ তালত । প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লিখি থৈ যোৱা কবিতাত সুৰ ঢালি এক অনন্য ৰূপত সজাই তোলা হৈছে । শ্ৰীবাস্তৱৰ নৃত্য মণ্ডলীয়ে এই সুৰৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি মন্ত্ৰমুগ্ধ কৰিলে সভাত উপস্থিত থকা সকলোকে ।

সভাত শ্ৰীবস্তৱৰ নৃত্য মণ্ডলীয়ে ভাৰতনাত্যম, অ'ডিছি, কথক, কুচিপুড়ি আৰু মোহিনিয়াট্টমকে ধৰি বিভিন্ন নৃত্য কৰে । কেন্দ্ৰীয় মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই পৰামৰ্শ দিয়ে যে, আগন্তুক সময়ত এনে ধৰণৰ অনুষ্ঠান ৰাজ্যৰ সকলো জিলাতে অনুষ্ঠিত হোৱা উচিত । ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি কবিতাটি এক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰা হয় ।

লগতে পঢ়ক:ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণ সম্বোধন কিৰেণ ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.