ETV Bharat / bharat

পৰীক্ষা বাতিলৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ উদ্ধৱ থাকৰেৰ - শিক্ষানুষ্ঠান

কোভিড-১৯ ৰ সন্ত্ৰাসৰ বাবে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সমূহ বাতিল কৰাৰ বাবে আহ্বান জনাইছে । ২৫ জুনত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক এক পত্ৰ যোগে অনুৰোধ জনাইছিল । য'ত মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে, কৰ'ণা ভাইৰাছৰ বাবে পৰীক্ষা সমূহ বাতিল কৰিবলৈ অনুৰোধ জনাইছে ।

thackeray-writes-to-pm-modi-over-cancellation-of-examinations

author img

By

Published : Jun 26, 2020, 10:19 PM IST

নিউজ ডেস্ক, ২৬ জুন : কোভিড-১৯ ৰ সন্ত্ৰাসৰ বাবে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সমূহ বাতিল কৰাৰ বাবে আহ্বান জনাইছে ।

২৫ জুনত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক এক পত্ৰযোগে অনুৰোধ জনাইছিল । য'ত মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে, কৰ'ণা ভাইৰাছৰ বাবে পৰীক্ষা সমূহ বাতিল কৰিবলৈ অনুৰোধ জনাইছে । লগতে ইয়াৰ বাবে বিকল্প ব্যৱস্থা চিন্তা কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে উক্ত বৈঠকত ব্যৱহাৰিক পাঠ্যক্ৰমৰ বাবে চিন্তা কৰাৰ বাবে আহ্বান জনাইছে । লগতে ইয়াৰ লগত All India Council for Technical Education (AICTE), Council for Architecture (COA), Pharmacy Council of India (PCI), Bar Council of India (BCI), National Council For Teachers Education (NCTE) and National Council for Hotel Management and Catering Technology (NCHMCT) জড়িত থকাৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱহাৰিক আৰু আনুষ্ঠানিক পাঠ্যক্ৰমৰ পৰীক্ষা বাতিল কৰিবলৈ এই পত্ৰৰ যোগেদি অনুৰোধ জনায় । তেওঁ আৰু জনায় যে, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে ২০১৯-২০ শিক্ষা বৰ্ষৰ পিচতে ২০২০-২১ বৰ্ষৰ শিক্ষাৰ বাবে চিন্তা চলাইছে । যাৰবাবে তেওঁ কয় যে, কোভিড-১৯ ৰ বাবে বৰ্তমান সময়ত শিক্ষানুষ্ঠান সমূহত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.