ETV Bharat / bharat

কৃষি সম্পৰ্কিত বিষয় আলোচনা কৰিবলৈ তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ বৈঠক আহ্বান

তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ বৈঠক আহ্বান ৷ কৃষি সম্পৰ্কিত বিষয় আলোচনা কৰাৰ বাবে এই বৈঠক আহ্বান মুখ্যমন্ত্ৰীৰ ৷ প্ৰগতি ভৱনত দুপৰীয়া 2.30 বজাত অনুষ্ঠিত হ'ব বৈঠকখন ৷

author img

By

Published : Oct 23, 2020, 11:22 AM IST

Telangana CM to hold review meet on crop purchase, farming
কৃষি সম্পৰ্কিত বিষয় আলোচনা কৰিবলৈ তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ বৈঠক আহ্বান

নিউজ ডেস্ক, 23 অক্টোবৰ : তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে গ্ৰীষ্মকালত কৃষি পদ্ধতিৰ অধীনত খেতি কৰিবলগীয়া বাৰিষাৰ শস্য আৰু শস্য ক্ৰয়ৰ বাবে শুকুৰবাৰে দুপৰীয়া 2.30 বজাত প্ৰগতি ভৱনত এখন সভাৰ আহ্বান কৰিছে । উক্ত সভাত মাকৈৰ খেতিৰ ওপৰত এক সিদ্ধান্ত লোৱা হ'ব বুলি জানিব পৰা গৈছে । লগতে, সভাত বিগত বছৰত কিমান একৰ ভূমিত মাকৈৰ খেতি কৰা হৈছিল লগতে বজাৰৰ মানদণ্ড কেনেকুৱা আছিল সেই সম্পৰ্কতো বিস্তৃত আলোচনা কৰা হ'ব বুলি বিবৃতিত প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে,কৃষি,বিপণন,অসামৰিক যোগান মন্ত্ৰী,উচ্চ পৰ্যায়ৰ বিষয়া আৰু মুখ্য সচিবসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব । বৈঠকৰ প্ৰাকমূহুৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংশ্লিষ্ট বিষয়া সকলক এই সম্পৰ্কত সকলো তথ্য লৈ আহিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ বৈঠকত গ্ৰীষ্মকালত আৰু অন্যান্য সময়ত মাকৈৰ খেতি কৰাটো লাভজনক হ'ব নে নাই সেই বিষয়েও আলোচনা কৰা হ'ব ।

লগতে পঢ়ক : ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.