ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক আপছুৰ - ইটানগৰত আপছুৰ প্ৰতিবাদী কাৰ্যসূচী

30 নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক অৰুণাচল প্ৰদেশ ছাত্ৰ সংগঠন চমুকৈ আপছুৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত দলটোৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গৃহমন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠক আপছুৰ
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গৃহমন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠক আপছুৰ
author img

By

Published : Dec 1, 2019, 10:19 AM IST

তেজপুৰ, 1 ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত 30 নৱেম্বৰৰ নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অৰুণাচল প্ৰদেশ ছাত্ৰ সংগঠন চমুকৈ আপছু

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বৈঠক
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বৈঠক
গৃহমন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠক আপছুৰ
গৃহমন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠক আপছুৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত আপছুৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে এই বিষয়ে অৱগত কৰিছিল কেন্দ্ৰীয় চৰকাৰক ৷ যাৰ পাচতে গৃহমন্ত্ৰী অমিত শ্বাহে টীম অৰুণাচলৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম-অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা সমস্যাৰ বিষয়েও আলোচনাত মিলিত হয় বুলি জানিবলৈ দিয়ে আপছুৰ সভাপতিগৰাকীয়ে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠক আপছুৰ

এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অৰুণাচলৰ উপমুখ্য মন্ত্ৰী চাওনা মেন, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰেণ ৰিজুজু আৰু আপছুৰ প্ৰতিনিধিবৰ্গ ৷

লগতে চাওক-বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন

Intro:তেজপুৰ,১ ডিচেম্বৰ : অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুনাচল প্ৰদেশ ছাত্ৰ সগঠন চমুকৈ আপছুবে ৩০ নৱেম্বৰৰ নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ লগত বৈঠকত মিলিত হয় ৷Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধিতা কৰি অৰুনাচল প্ৰদেশৰ ইটানগৰত আপছুৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰী পেমা খাণ্ডু কেন্দ্ৰীয় চৰকাৰক এই নাগৰিকত্ব সংশোধনী বিলৰ বিষয়ে অবগত কৰিছিল ৷ ইয়াৰ পিছতে গৃহমন্ত্ৰী অমৃত শ্বাহে টিম অৰুনাচলৰ লগত এই সংশোধনী বিধেয়ক আৰু অসম অৰুনাচল প্ৰদেশৰ মাজত থকা সীমা সমস্যাৰ বিষয়ে ও আলোচনাত মিলিত হয় ৷ বৈঠকত অংশ গ্ৰহন কৰি আপছুৰ সভাপতিৰ এই মন্তব্য ৷

Bite: AAPSU president .
Conclusion:এই বৈঠকত অৰুনাচলৰ উপ মুখ্য মন্ত্ৰী চাওনা মেন্ , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰেন ৰিজুজু আৰু আপছুৰ প্ৰতিনিধীবৰ্গ উপস্থিত থাকে ৷

Pranab kumar Das
Tezpur
1/12/19

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.