ETV Bharat / bharat

তামিলনাডুত ৩৩ হাজাৰ অতিক্ৰম কৰিলে ক'ৰণাত আক্ৰান্তই

সোমবাৰে তামিলনাডুত সৰ্বাধিক ১,৫৬২ গৰাকী লোক আক্ৰান্ত হয কোভিড ১৯ ত ।

Tamil Nadu's Corona tally cross 33,000
Tamil Nadu's Corona tally cross 33,000
author img

By

Published : Jun 9, 2020, 1:41 PM IST

তামিলনাডু, ৯ জুন : তামিলনাডুত ৩৩ হাজাৰ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তই । সোমবাৰে তামিলনাডুত সৰ্বাধিক ১,৫৬২ গৰাকী লোক আক্ৰান্ত হয কোভিড ১৯ ত । ইয়াৰ লগতে ৰাজ্যখনত ক'ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৩৩,২২৯ গৰাকীলৈ আৰু মৃত্যু হয় ২৮৬ গৰাকীৰ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰে এই তথ্য ।

মন্ত্ৰণালয়ে লগতে প্ৰকাশ কৰা অনুসৰি, তামিলনাডুত ক'ৰণাত আক্ৰান্তৰ ১৫,৪১৩ গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে । আনহাতে চিকিৎসাধীন অৱস্থাত আছে ১৭,৫২৭ গৰাকী লোক । সোমবাৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে পৰীক্ষা বাবে নতুনকৈ ১৪,৯৮২ টা নমুনা সংগ্ৰহ কৰিছে ।

তামিলনাডুৰ স্বাস্থ্য বিভাগে বৰ্তমানলৈ পৰীক্ষা বাবে ০.০৭ লাখ নমুনা সংগ্ৰহ কৰিছে আৰু ইয়াৰে ৫১৪ টা নমুনাৰ পৰীক্ষা প্ৰক্ৰিয়াধীন হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.