ETV Bharat / bharat

চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ভাৰ্চুৱেল জন-সমবাদ ৰেলীত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে কেবাটাও মন্তব্য কৰে ৷ ইয়াৰ ভিতৰত চীনৰ সৈতে ভাৰতৰ শেহতীয়া সম্পৰ্কৰ কথাও উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী

author img

By

Published : Jun 8, 2020, 10:43 PM IST

নিউজ ডেস্ক, 8 জুনঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে মহাৰাষ্ট্ৰ বিজেপিৰ জন-সমবাদ ৰেলীত ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে ৷ বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে আয়োজন কৰা ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

ভিডিঅ' কনফাৰেন্সযোগে মহাৰাষ্ট্ৰৰ দলীয় কৰ্মকৰ্তাৰ লগতে ৰাইজৰ সৈতে যুক্ত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ কনফাৰেন্সৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰাৰ লগতে ভাৰত-চীন সম্পৰ্কক লৈয়ো মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চীনৰ সৈতে ভাৰতৰ আমোলাতান্ত্ৰিক আৰু সামৰিক বাৰ্তালাপ চলি আছে ৷ নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ গৌৰৱ কেতিয়াও ম্লান হ'ব নিদিয়ে আৰু ভাৰত-চীন সীমা বিবাদক লৈ দেশবাসী চিন্তিত হোৱাৰ কোনো কাৰণ নাই ৷ তেওঁ লগতে কয় যে, চীন-ভাৰতৰ মাজৰ সীমা বিবাদ দীৰ্ঘসময় ধৰি চলি আছে ৷ আমি ইয়াক যিমান পাৰো সিমান সোনকালে সমাধান কৰিব বিচাৰিছো ৷ চীনৰ সৈতে সামৰিক আৰু আমোলাতান্ত্ৰিক বাৰ্তালাপ কৰা হৈছে ৷ বিগত 6 জুনত সম্পন্ন হোৱা বাৰ্তালাপ সকাৰাত্মক হৈছে আৰু এইক্ষেত্ৰত আগলৈ বাৰ্তালাপ চলি থাকিব ৷

  • सीमा को लेकर military और diplomatic स्तर पर चीन के साथ भारत की बातचीत जारी है। छह जून को military के स्तर पर वार्ता हुई है।

    हम किसी भी देश के मान, सम्मान एवं स्वाभिमान को न चोट पहुँचाते हैं और न ही हम चोट बर्दाश्त करेंगे।

    — Rajnath Singh (@rajnathsingh) June 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীহিচাপে ৰাজনাথ সিঙে যি ক'ব লাগে তাক সংসদত ক'ব ৷ বাহিৰত কথা কৈ ৰাইজক বিপথে পৰিচালিত নকৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.