ETV Bharat / bharat

অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ তাজমহলত - প্ৰত্নতাত্বিক জৰীপ বিভাগ

আগ্ৰাৰ জিলা প্ৰশাসনে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে জিলাখনত থকা পৰ্যটন স্থলীসমূহ ৷ সেই অনুসৰি বিশ্ব বিখ্যাৎ তাজমহল, আগ্ৰা ফ'ৰ্ট, আকবৰ টম্ব আদি ঐতিহাসিক স্থান সমূহত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷

Taj Mahal, other monuments to not reopen as Agra sees surge in COVID-19 cases

author img

By

Published : Jul 6, 2020, 5:05 AM IST

নিউজ ডেস্ক, 6 জুলাই : কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আগ্ৰাৰ জিলা প্ৰশাসনে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে জিলাখনত থকা পৰ্যটন স্থলীসমূহ ৷ সেই অনুসৰি বিশ্ব বিখ্যাৎ তাজমহল, আগ্ৰা ফ'ৰ্ট, আকবৰ টম্ব আদি ঐতিহাসিক স্থান সমূহত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ অনিৰ্দিষ্টকালীনভাৱে ঘোষণা কৰা এই নিষেধাজ্ঞা পৰৱৰ্তী জাননী নহালৈকে বাহাল থাকিব ৷ অৱশ্যে ভাৰতৰ প্ৰত্নতাত্বিক জৰীপ বিভাগৰ অধীনত থকা স্মৃতিশৌধ সমূহ সোমবাৰৰ পৰা মুকলি কৰি দিয়া হ'ব দৰ্শনাৰ্থীৰ বাবে ৷

Taj Mahal, other monuments to not reopen as Agra sees surge in COVID-19 cases
আগ্ৰা ফ'ৰ্ট

উল্লেখ্য যে, দেশত ব্যপক হাৰত বৃদ্ধি পাইচে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷ বিগত প্ৰায় চাৰিমাহ ধৰি দেশত কোভিড-19 এ সৃষ্টি কৰিছে অচলাৱস্থাৰ ৷ কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে 25 মাৰ্চৰ পৰা দেশত ঘোষণা কৰা হৈছিল লক্ ডাউন ৷ পৰৱৰ্তী পৰ্যায়ত এপ্ৰিল মাহৰ শেষৰ ভাগত লক্ ডাউন শিঠথিল কৰা হৈছিল যদিও শিক্ষানুষ্ঠান, পৰ্যটনস্থলী আদি বৰ্তমানেও বন্ধ হৈ থকা পৰিলক্ষিত হৈছে ৷

আকবৰ টম্ব

লগতে পঢ়ক : পি এইচ ডিৰ ছাত্ৰক পত্নীৰ সৈতে হোষ্টেলত থাকিবলৈ অনুমতি জে এন ইউ কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.