ETV Bharat / bharat

আগ্ৰাত কাকতি ফৰিঙৰ আক্ৰমণ , নষ্ট কৰিলে বহু শস্য

author img

By

Published : Jun 30, 2020, 3:59 PM IST

প্ৰায় দুই তিনি কিল'মিটাৰ দৈৰ্ঘ্যৰ কাকতি ফৰিঙৰ জাকে মঙলবাৰে আগ্ৰাত প্ৰৱেশ কৰে । এই জাকটোক খদি পঠিয়াবলৈ কৰিবলৈ নিয়ন্ত্ৰণ দল এটাকো নিয়োগ কৰা হয় ।

আগ্ৰাত কাকতি ফৰিঙৰ আক্ৰমণ
আগ্ৰাত কাকতি ফৰিঙৰ আক্ৰমণ

নিউজ ডেস্ক, 30 জুনঃ ৰাজস্থান আৰু মধ্যপ্ৰদেশ অতিক্ৰম কৰি উত্তৰ প্ৰদেশৰ আগ্ৰাত প্ৰৱেশ কৰে কাকতি ফৰিঙৰ এটা বৃহৎ জাক । এই জাকটো প্ৰায় দুই-তিনি কিল'মিটাৰ দৈৰ্ঘ্যৰ আছিল । এই জাকটোৱে আগ্ৰাৰ স্থানীয় কৃষক সকলৰ খেতি নষ্ট কৰা বুলি জানিব পৰা গৈছে ।

উত্তৰ প্ৰদেশৰ বহু জিলা, অম্বেদকাৰ নগৰ, প্ৰয়াগৰাজ, চিত্ৰকোট, প্ৰতাপগঢ়, ভাদনী, আজামগড় আদিত জাকটো প্ৰৱেশ কৰে আৰু 48 ঘণ্টালৈ শস্যৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে ।

জিলা কৃষি প্ৰতিৰক্ষা বিষয়া ডঃ ৰামপ্ৰভাষে কয় যে, কাকতি ফৰিঙৰ জাকক নিয়ন্ত্ৰণ কৰিবলৈ দল গঠন কৰা হৈছে । কোনো অঞ্চলত আক্ৰমণৰ ঘটনা পোহৰলৈ আহিলেই নিয়ন্ত্ৰণ দলৰ লোক গৈ উপস্থিত হ'ব আৰু খেতিয়ক সকলক সহায় আগবঢ়াব ।

উল্লেখ্য যে, কাকতি ফৰিঙে খাদ্য শস্য নষ্ট কৰে আৰু ইমান বিস্তৰ প্ৰৰ্যায়ত বিনষ্ট কৰিব পাৰে যে, ই মিলিয়ন লোকৰ খাদ্য নষ্ট্য কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.