ETV Bharat / bharat

সুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সুশান্ত সিং ৰাজপুতৰ পিতৃ কৃষ্ণ কিশোৰ সিঙে পাটনাত দাখিল কৰা এজাহাৰত ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ পৰিয়ালৰ সদস্যসহ আন ছয়গৰাকী লোকৰ বিৰুদ্ধে তেওঁৰ পুত্ৰ সুশান্ত সিং ৰাজপুতক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷

Supreme Court orders CBI investigation in Sushant Singh Rajput death case
সুশান্ত কাণ্ডঃ চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Aug 19, 2020, 12:12 PM IST

নতুন দিল্লী, 19 আগষ্ট : প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘটনা সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি প্ৰদান কৰে ৷ শীৰ্ষ আদালতে নিজৰ শুনানিত কয় যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ তদন্ত চিবিআইয়ে কৰিব ৷ ইয়াৰ লগতে ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক চিবিআইৰ তদন্তত সহযোগ আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

সুশান্ত কাণ্ডঃ চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৰিয়া চক্ৰৱৰ্তীয়ে উক্ত গোচৰক বিহাৰৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰাৰ বাবে কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰে ৷

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ পিতৃ কৃষ্ণ কিশোৰ সিংহই পাটনাত দাখিল কৰা এজাহাৰত ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ পৰিয়ালৰ সদস্যসহ আন ছয়গৰাকী লোকৰ বিৰুদ্ধে তেওঁৰ পুত্ৰ সুশান্ত সিং ৰাজপুতক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷

উল্লেখ্য যে, 14 আগষ্টত মুম্বাইৰ বান্দ্ৰাস্থিত নিজৰ এপাৰ্টমেন্টত সুশান্ত সিং ৰাজপুতৰ চীপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল ৷ মুম্বাই আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা ঘটনাটো সন্দৰ্ভত তদন্ত চলাই আছিল ৷

  • SC also said that any other FIR registered in connection with the Sushant Singh Rajput's death will also be investigated by the CBI. We hope that we should get justice very soon. The family is very happy with the verdict: Vikas Singh, Lawyer of Sushant Singh Rajput's father https://t.co/93a6w4HoqA

    — ANI (@ANI) August 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : যশৰাজ ফিল্মছৰ 'প্ৰজেক্ট ৫০' : ২৭ ছেপ্টেম্বৰত হ'ব ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.