ETV Bharat / bharat

'চুপাৰহিৰ' ইজ বেক' - অভিনন্দন

বলীউডৰ চেলিব্ৰেটিৰ ছ'চিয়েল মিডিয়াযোগে আদৰণি অভিনন্দনক

etv bharat
author img

By

Published : Mar 2, 2019, 9:44 AM IST

Updated : Mar 2, 2019, 1:42 PM IST

উভতি আহিল উইং কামাণ্ডাৰ অভিনন্দন ৱৰ্থমান। দেশবাসীৰ আশাক সজীৱিত পাকিস্তানৰ ভূমিৰ পৰা শুকুৰবাৰে বীৰদৰ্পে ভাৰতত পদাৰ্পণকৰে বীৰ উইং কামাণ্ডাৰ অভিনন্দনে।

উইং কামাণ্ডাৰ গৰাকীৰ উভতনিত, আনন্দত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী । সাধাৰণ জনতাৰ লগতে বলীউডৰ চেলিব্ৰেটিয়েও ছ'চিয়েল মিডিয়াযোগে আদৰণি জনায় অভিনন্দনক।'#WelcomeBackAbhinandan 'আৰু '#WelcomeHomeAbhinandan' হেচটেগেৰে ছ'চিয়েল মিডিয়াত উইং কামাণ্ডাৰ গৰাকীৰ বীৰত্বক উষ্ম আদৰণি জনাই অভিনেতা শ্বাহৰুখ খান, শিল্পা চেট্টী, প্ৰীতি জিণ্টা আদিকে ধৰি বিভিন্ন বলীউড চেলিব্ৰেটিয়েও।

abhinandan

উল্লেখ্য যে, ভাৰতৰ MiG- 21 যুদ্ধ বিমানেৰে পাকিস্তানৰ অত্যাধুনিক F-16 যুদ্ধ বিমানেৰে মুকাবিলা কৰি পাকিস্তানী সৈন্যৰ হাতত ধৰা পৰিছিল উইং কামাণ্ডাৰ অভিনন্দন। বুধবাৰে ৰাতিপুৱাৰ ভাৰত পাকিস্তানৰ মাজত হোৱা 'এয়াৰ এটেক'ত পাকিস্তানৰ F-16 যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল উইং কামাণ্ডাৰ অভিনন্দনে। কিন্তু চিৰবৈৰী পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ অপৰাধতেই পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল বীৰ বৈমানিক গৰাকী । সম্পূৰ্ণ দুটা দিন পাকিস্তানত বন্দী হিচাপে থকাৰ পাচত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ঘোষণা কৰে অভিনন্দনৰ মুক্তিৰ কথা। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ হেঁচাৰ ফলতেই উইং কামাণ্ডাৰগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হৈছে পাকিস্তান।

New Delhi, March 02 (ANI): While the entire country eagerly awaits the return of IAF pilot, Wing Commander Abhinandan Varthaman, Indian celebritieshailed the hero's homecoming from Pakistan, where he was held by the country's Army since Wednesday. However, the good news came yesterday when Pakistan's Prime Minister Imran Khan announced that Islamabad has decided to release Wing Commander Abhinandan Varthaman as a gesture of peace. As soon as the news came out, Indian celebrities started tweeting #WelcomeBackAbhinandan and #WelcomeHomeAbhinandan, turning them viral. Wing Commander Varthaman, flying a MiG -21 Bison fighter plane, was chasing Pakistani jets which transgressed into Jammu and Kashmir on Wednesday and crossed over to PoK where his aircraft was shot down. He ejected safely and was taken to the custody by the Pakistani Army.
Last Updated : Mar 2, 2019, 1:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.