ETV Bharat / bharat

নিৰ্বাচনী নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ অতিক্ৰম চানী দেউলৰ - গুৰদাসপূৰ

অত্যধিক ব্যয়ৰ কাৰণ দৰ্শাবলৈ সাংসদ গৰাকীলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ ৷

নিৰ্বাচনী নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ অতিক্ৰম চানী দেউলৰ
author img

By

Published : Jun 20, 2019, 10:58 AM IST

নিউজ ডেস্ক, 20 জুন : লোকসভা নিৰ্বাচনত নিৰ্ধাৰিত খৰচতকৈ খৰচৰ মাত্ৰা অতিক্ৰম কৰাৰ বাবেই জবাবদিহি চানী দেউল ৷ নিৰ্বাচন আয়োগে নিৰ্বাচনী খৰচৰ বাবদ নিৰ্ধাৰণ কৰা 70 লাখ টকাতকৈ চানী দেউলৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱা পোৱাৰ কাৰণ দৰ্শাবলৈ গুৰদাসপুৰৰ সাংসদ তথা অভিনেতা চানী দেউলক আহ্বান গুৰদাসপুৰৰ জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া বিপুল উজ্বলৰ ৷

দেউলৰ মুঠ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰা নাই যদিও এই খৰচৰ পৰিমাণ 86 লাখ টকা বুলি প্ৰকাশ কৰিছে নিৰ্ধাৰিত সূত্ৰই ৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা চানী দেউললৈ এক জাননী পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে বিপুল উজ্বলে ৷

উল্লেখ্য যে, পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 82,456 টা ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিল অভিনেতা চানী দেউল ৷

SunnyDeol_May24.jpg
Sunny Deol’s poll expenses found ‘crossing’ Rs 70 lakh limit; issued notice

নিৰ্বাচনী নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ অতিক্ৰম চানী দেউলৰ

অত্যাধিক ব্যয়ৰ কাৰণ দৰ্শাবলৈ সাংসদ গৰাকীলৈ জাননী প্ৰেৰণ নিৰ্বাচনী আয়োগৰ৷

নিউজ ডেস্ক, 20 জুন : লোকসভা নিৰ্বাচনত নিৰ্ধাৰিত খৰছতকৈ খৰছৰ মাত্ৰা অতিক্ৰম কৰাৰ বাবেই জবাবদীহি চানী দেউল৷ নিৰ্বাচন আয়োগে নিৰ্বাচনী খৰছৰ বাবদ নিৰ্ধাৰণ কৰা 70 লাখ টকাতকৈ চানী দেউলৰ খৰছৰ মাত্ৰা বৃদ্ধি পোৱা পোৱাৰ কাৰণ দৰ্শাবলৈ গুৰদাসপুৰৰ সাংসদ তথা অভিনেতা চানী দেউলক আহ্বান গুৰদাসপুৰৰ জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া বিপুল উজ্বলৰ৷

দেউলৰ মুঠ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰা নাই যদিও এই খৰছৰ পৰিমাণ 86 লাখ টকা বুলি প্ৰকাশ কৰিছে নিৰ্ধাৰিত সূত্ৰই৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা চানী দেউললৈ এক জাননী পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে বিপুল উজ্বলে৷

উল্লেখ্য যে, পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 82,456 টা ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিল অভিনেতা চানী দেউল৷  
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.