ETV Bharat / bharat

ৰিয়া-সৌভিকৰ জামিন আবেদন নাকচ

author img

By

Published : Sep 11, 2020, 12:39 PM IST

নাকচ হ'ল ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন ৷ শুকুৰবাৰে বিশেষ আদালতে দুয়োৰে জামিন আবেদন সন্দৰ্ভত প্ৰদান কৰে এই ৰায় ৷ আনহাতে এই গোচৰত অভিযুক্ত আন 4 জন অভিযুক্তৰো জামিন আবেদন নাকচ কৰে আদালতে ৷

ৰিয়া-সৌভিকৰ জামিন আবেদন নাকচ
ৰিয়া-সৌভিকৰ জামিন আবেদন নাকচ

নিউজ ডেস্ক, 11 ছেপ্তেম্বৰ: শুকুৰবাৰে বিশেষ আদালতে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন সন্দৰ্ভত কৰিলে ৰায়দান ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত মাদক দ্ৰব্য সম্বন্ধিত এক গোচৰৰ ভিত্তিত NCB য়ে গ্ৰেপ্তাৰ কৰিছিল ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীক ৷

ৰিয়া আৰু সৌভিকৰ বাবে দাখিল কৰা জামিন আবেদন শুকুৰবাৰে নাকচ কৰে বিশেষ আদালতে ৷ ইয়াৰোপৰি আদালতে এই গোচৰত অভিযুক্ত আন 4 জন অভিযুক্তৰো জামিন আবেদন নাকচ কৰে ৷

উল্লেখ্য যে, NCB য়ে বৃহস্পতিবাৰে ৰিয়া আৰু সৌভিকৰ জামিন আবেদনৰ কঠোৰ বিৰোধিতা কৰে ৷ NCB য়ে কয়, যদিও জব্দকৃত নিচাজাতীয় সামগ্ৰী সমূহৰ পৰিমাণ কম আছিল, তথাপিও ইয়াৰ বাণিজ্যিক মূল্য আছিল 1,85,200 টকা ৷

লগতে পঢ়ক: ভাতৃ সৌভিকৰ জৰিয়তে ড্ৰাগছ ক্ৰয় কৰিছিল নেকি ৰিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.