ETV Bharat / bharat

শ্ৰীলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত কৰ্ণাটকৰ 7জন লোক নিৰুদ্দেশ - jds

শ্ৰীলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত কৰ্ণাটকৰ 7 জন লোক নিৰুদ্দেশ

শ্ৰিলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত কৰণাটকাৰ 7জন নিৰুদ্দেশ
author img

By

Published : Apr 22, 2019, 2:02 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিলঃ শ্ৰীলংকাত দেওবাৰে হোৱা বিস্ফোৰণত কৰ্ণাটকৰ 7 জন জে ডি এচ নেতা নিৰুদ্দেশ হৈ আছে ৷ কংগ্ৰেছ নেতা বিৰপ্পা মৈলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শ্ৰীলংকাত ভ্ৰমণৰ বাবে গৈছিল নেতা কেইগৰাকী ৷ এপ্ৰিলৰ 20 তাৰিখে পুৱা 8 বজাত শ্ৰীলংকাত উপস্থিত হৈছিল লোককেইজন ৷ তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়া মতে তেওঁলোক চংগ্ৰিলা হোটেলৰ 618,619 নং কোঠাত আছিল ৷ উল্লেখ্য যে দেওবাৰে শ্ৰীলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত চংগ্ৰিলা হোটেলতো বোমা বিস্ফোৰিত হৈছিল ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কোমাৰ স্বামীয়ে বৈদেশিক মন্ত্ৰণালয়ে এওঁলোকৰ দুজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে বুলি জানিবলৈ দিয়ে ৷ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

Sri Lanka serial blast: 7 Karnataka JDS leaders missing

শ্ৰিলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত কৰণাটকাৰ 7জন নিৰুদ্দেশ

নিউজ ডেস্ক, 22 এপ্ৰিল: শ্ৰিলংকাত দেওবাৰে  হোৱা বিস্ফোৰণত কৰণাটকাৰ 7জন জেদিএচ নেতা নিৰুদ্দেশ হৈ আছে ৷ কংগ্ৰেছ নেতা বিৰপ্পা মৈলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শ্ৰিলংকা ভ্ৰমণৰ বাবে গৈছিল নেতা কেইগৰাকী৷ এপ্ৰিলৰ 20 তাৰিখে পুৱা 8 বজাত শ্ৰিলংকাত উপস্তিত হৈছিল লোককেইজন৷ তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়া মতে তেওঁলোক  চংগ্ৰিলা হোটেলৰ 618,619 নং কোঠাত আছিল৷ 
উল্লেখ্য যে দেওবাৰে শ্ৰিলংকাত হোৱা ধাৰাবাহিক বিস্ফোৰণত চংগ্ৰিলা হোটেলতো বোমা বিস্ফোৰিত হৈছিল ৷ 
কৰণাটকাৰ মুখ্যমন্ত্ৰি এইচ ডি কোমাৰস্বামিয়ে বৈদেশিক মন্ত্ৰনালয়ে এওঁলোকৰ দুজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে বুলি জানিবলৈ দিয়ে৷ তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ 
kn-bng-nel-220419-blast-ka10019-guruprasadhp_22042019093807_2204f_00202_669.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.