ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকক গৃহ জিলালৈ প্ৰেৰণ অভিনেতা চনু চুডৰ

author img

By

Published : Jun 6, 2020, 7:46 PM IST

পূৰ্বেও লক​ ডাউনৰ ফলত মুম্বাইত আবদ্ধ বহু প্ৰব্ৰজনকাৰী শ্ৰমিক নিজ গৃহ জিলা উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছিল অভিনেতা চনু চুডে ।

Sonu Sood continues to win hearts, arranges buses for 220 migrants

মুম্বাই, ৬ জুন : লক​ ডাউনৰ ফলত মুম্বাইত আবদ্ধ ২২০ জন শ্ৰমিকক শুকুৰবাৰে নিজ গৃহ জিলালৈ যোৱাত সহায় কৰে অভিনেতা চনু চুডে।অভিনেতাগৰাকীয়ে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ বাবে বাছৰ ব্যৱস্থা কৰে । ইয়াৰে ২খন বাছে শ্ৰমিকসকলকলৈ উত্তৰাখণ্ড,১খন বাছ তামিলনাডু আৰু ৩ খন বাছ উত্তৰ প্ৰদেশলৈ ৰাওনা হয় ।

Sonu Sood continues to win hearts, arranges buses for 220 migrants
প্ৰব্ৰজনকাৰী শ্ৰমিকক গৃহ জিলালৈ প্ৰেৰণ অভিনেতা চনু চুডৰ

ইয়াৰ পূৰ্বেও লক ​ডাউনৰ ফলত মুম্বাইত আবদ্ধ বহু প্ৰব্ৰজনকাৰী শ্ৰমিক নিজ গৃহ জিলা উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছিল অভিনেতা চনু চুডে। তেওঁ কেৰালাৰ এটা বস্ত্ৰ কাৰখানাত কৰ্মৰত ওড়িষাৰ 169 গৰাকী যুৱতীকো লক​ ডাউনৰ সময়ত নিজ ঘৰলৈ যোৱাত সহায় কৰিছিল । যাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে অভিনেতাগৰাকীক ৰাজভৱনলৈ আমন্ত্ৰণ জনায় আৰু তেওঁৰ কাৰ্যৰ শলাগ লয় । ৰাজ্যপাল কোশিয়াৰীয়ে এই বিষয়ত অভিনেতাগৰাকীক প্ৰয়োজনত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ।

লগতে চাওকঃ ষষ্ঠ স্থান দখল কৰি বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে হৰ্চবৰ্ধনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.