ETV Bharat / bharat

প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰব্যাপী কংগ্ৰেছৰ শান্তি-সমদল - প্ৰতিষ্ঠা দিৱস উপলক্ষে কংগ্ৰেছৰ সমদল

সমগ্ৰ দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই 134তম প্ৰতিষ্ঠা দিবস উপলক্ষে শনিবাৰে দেশজুৰি সমদল উলিয়াই কংগ্ৰেছে ৷

প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰজুৰি কংগ্ৰেছৰ শান্তি-সমদল

author img

By

Published : Dec 28, 2019, 5:29 PM IST

নিউজ ডেস্ক, 28 ডিচেম্বৰঃ সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ 134সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেশব্যাপী সমদল বাহিৰ কৰে দলটোৱে ৷ এই সমদলৰ জৰিয়তে "Save Constitution-Save India" বুলি জনসাধাৰণৰ মাজত বাৰ্তা প্ৰেৰণ কৰে কংগ্ৰেছ ৷ দিল্লীস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত আজি পুৱা পতাকা উত্তোলন কৰে কংগ্ৰেছ দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ লগতে CAAৰ বিৰুদ্ধে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৷ সভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে নেতাগৰাকীয়ে ৷

  • Today is the 135th #CongressFoundationDay.
    I will attend the flag hoisting ceremony at the AICC this morning & later a public rally in Guwahati, Assam.

    On our foundation day, let us acknowledge the selfless contribution of millions of Congress men & women through the ages. pic.twitter.com/EmtvImZrJr

    — Rahul Gandhi (@RahulGandhi) December 28, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আৰু পঢ়কঃ শীঘ্ৰেই আহি আছে ভাৰতীয় ৰেলৰ দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ

আনহাতে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই উত্তৰ প্ৰদেশৰ লক্ষ্নৌত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ৷ সভাত দলৰ কৰ্মকৰ্তাসকলক সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷ দেশৰ প্ৰত্যকখন ৰাজ্যৰ ৰাজধানীত পতাকা উত্তোলনৰ লগে লগে হোৱা এই সমদলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলে নেতৃত্ব প্ৰদান কৰে ৷ "Save Constitution-Save India" এই শ্লোগানেৰে সমদলসমূহক প্ৰতিনিধিত্ব কৰে বুলি কংগ্ৰেছৰ সভাপতি কে.চি ভেনুগোপালে জানিবলৈ দিয়ে ৷ তেওঁ লগতে জনায় যে, প্ৰত্যেকখন ৰাজ্যত নিজ নিজ ভাষাত সংবিধানৰ প্ৰস্তাৱনাও ব্যাখ্যা কৰে কংগ্ৰেছ নেতাসকলে ৷ ৰাষ্ট্ৰজুৰি নাগৰিকত্ব সংশোধনী আইন সম্বন্ধে প্ৰতিবাদ তুংগত ৷ এই আইনখনৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ক্ষোভ দেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ শংকিত, সেয়েহে জনতাৰ সন্মুখত প্ৰসংগহীন কথা কোৱাৰ লগতে দলৰ দুমুখীয়া চৰিত্ৰ উদঙাই দিছে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰজুৰি কংগ্ৰেছৰ শান্তি-সমদল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ এই প্ৰতিবাদত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুসংখ্যক লোক ৷ দেশৰ এনে দুৰৱস্থা দেখিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে বুলিও প্ৰকাশ কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে ৷ এই আইনখনে সংবিধানৰ 14 নং অনুচ্ছেদ উলংঘন কৰাৰ কথাও ব্যক্ত কৰে কে.চি ভেনুগোপালে ৷ এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই চৰকাৰে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ উন্নীতকৰণৰ কথাও ঘোষণা কৰে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷ অৱশেষত দেশৰ সংবিধান ৰক্ষা আৰু দেশৰ সংকটৰ সময়ত কংগ্ৰেছে সদায় দেশৰ হকে মাত মাতিব আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ হকে অহোপুৰুষাৰ্থ কৰাৰ কথাও প্ৰকাশ কৰে ভেনুগোপালে ৷

Intro:Body:

Cong to take out marches across country today

New Delhi, Dec 27 (PTI) Amid raging anti-CAA protests, the Congress will take out marches across the country on its 134th foundation day on Saturday to take its "Save Constitution-Save India" message to the people.

Congress president Sonia Gandhi will unfurl the party's flag at the AICC headquarters here on Saturday morning to mark the occasion, while former party chief Rahul Gandhi will address a rally in Assam's Guwahati, where he will take on the Narendra Modi government over the Citizenship (Amendment) Act (CAA), among other issues.

Congress general secretary Priyanka Gandhi Vadra will address party workers at Lucknow at a meeting of the Uttar Pradesh Pradesh Congress Committee (UPPCC).

"In addition to the customary flag hoisting in state capitals, presidents of Pradesh Congress Committees will undertake flag marches carrying the message of 'Save Constitution-Save India'," Congress general secretary, organization, K C Venugopal, said in a statement.

They will also read the preamble of the Constitution in their respective languages at public meetings organised for this purpose, he said.

In the last few days there has been widespread protests in colleges, universities and prominent institutions across the country against the government's decision to implement the National Register of Citizens (NRC) and the CAA, Venugopal said.

"Faced by this massive backlash, the PM (Narendra Modi) and Home Minister (Amit Shah) have indulged in characteristic double speak, and are now attempting to covertly undertake the exercise through NPR (the National Population Register)," he said in the statement.

"The protestors were attacked by police indiscriminately. There were cases of deaths due to police firing at many places. The government has put itself in a bind on these issues with the PM, HM and RM (Raksha Mantri) making contradictory statements on different occasions.

"The CAA proposes to flout the guarantees of Article 14, in contravention of the Constitution," Venugopal said.

Amidst massive public outrage, the government decided to take a step further and announced 'updation of NPR' exercise on December 24, he said.

This has again raised heckles and suspicion because of the RSS-BJP's long hidden agenda to implement the NRC following completion of the NPR exercise, the Congress leader said.

The Congress will rise to every occasion when there is a challenge to the Constitution and any effort to derail the country from its path of progress amidst historical unemployment and pall of economic gloom, Venugopal said.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.