ETV Bharat / bharat

তিহাৰ জেলত ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ ৱাৰ্ডেন

author img

By

Published : Jun 10, 2020, 12:13 AM IST

জোতাৰ ভিতৰত লুকুৱাই ড্ৰাগছ কাৰাগাৰৰ ভিতৰলৈ নিছিল ৱাৰ্ডেনজনে ।

Soldier who supplies drugs arrested in Tihar ..

নিউজ ডেস্ক, ৯ জুন: দেশৰ ভিতৰত নিৰাপদ স্থান হিচাপে পৰিচিত তিহাৰ জেলত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত জেল কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে এজন লোকক । গ্ৰেপ্তাৰ কৰা লোকজন তিহাৰ জেলৰে ৱাৰ্ডেন বুলি জানিব পৰা হৈছে ।

Delhi Tihad jail charas supply
তিহাৰ জেলত ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ ৱাৰ্ডেন

ৱাৰ্ডেনজনে জোতাৰ ভিতৰত লুকুৱাই ড্ৰাগছখিনি কাৰাগাৰৰ ভিতৰলৈ নিবলৈ সক্ষম হৈছিল । কিন্তু কাৰাগাৰৰ ১ নম্বৰ ৱাৰ্ডত ড্ৰাগছ সেৱন কৰি থাকোতে ধৰা পৰে । বৰ্তমান তিহাৰ জেল কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.