নিউজ ডেস্ক, 4 এপ্ৰিল : অত্যাধিক তুষাৰপাতে হিমাচলৰ পথ আৱৰি ৰখাত যাতায়ত ব্যাহত কৰি তোলাত কুল্লো জিলাত অব্যাহত আছে বৰফ আঁতৰাই পথ সুগম কৰি তোলাৰ বাবে অভিযান ৷ সীমান্ত পথ অৰগেনাইজেচনে বিগত এমাহজুৰি অত্যাধিক তুষাৰপাতৰ বাবে ব্লক কৰি ৰখা মানালী-লিহ সংযোগী পথচোৱা শুকুৰবাৰেও মুকলিৰ বাবে অভিযান চলায় ৷ যাতায়তৰ চলাচলৰ বাবেই মুকলি কৰাৰ অভিযান চলোৱা হয় পথচোৱা ৷ বহু সংগঠনে পথচোৱা মুকলিৰ বাবে অভিযান চলাই আহিছে ৷ ইপিনে পথ মুকলিৰ সময়তো 100 গৰাকীতকৈও অধিক লোকে খোজকাঢ়িয়েই পথ পাৰ হৈ আহিছে ৷
অত্যাধিক তুষাৰপাতৰ ফলত হিমাচলত স্তব্ধ যাতায়ত - হিমাচল
হিমাচলৰ কুল্লো জিলাত অব্যাহত বৰফ আঁতৰাই যাতায়তৰ বাবে পথ সুচল কৰি তোলাৰ তীব্ৰ অভিযান ৷