ETV Bharat / bharat

ৰাজ্যসভাৰ নীতি কমিটিৰ অধ্যক্ষ হিচাপে বিজেপি নেতা শিৱ প্ৰতাপ শুক্লা

author img

By

Published : Jul 31, 2020, 7:16 PM IST

বিজেপি নেতা শিৱ প্ৰতাপ শুক্লাক বৃহস্পতিবাৰে নিযুক্তি দিয়ে ৰাজ্যসভাৰ নীতি কমিটিৰ অধ্যক্ষ হিচাপে । বিগত কিছুদিন পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে তিনি গৰাকী সাংসদক নিযুক্তি দিয়া পাচত বৃহস্পতিবাৰে ৰাজ্য়সভাৰ মহাসচিব দেশ দীপক বাৰ্মাই সদৰি কৰে এই কথা ।

শিৱ প্ৰতাপ শুক্লা
শিৱ প্ৰতাপ শুক্লা

নিউজ ডেস্ক, ৩১ জুলাইঃ ৰাজ্য়সভাৰ নীতি কমিটিৰ অধ্য়ক্ষ হিচাপে নিয়োগ কৰে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ শিৱ প্ৰতাপ শুক্লাক । ৰাজ্য়সভাৰ মহাসচিব দেশ দীপক বাৰ্মাই বৃহস্পতিবাৰে উল্লেখ কৰা সংসদীয় বুলেটিনত প্ৰকাশ পায় এই কথা ।

ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে বিগত কিছুদিন পূৰ্বে শুক্লাক বাদ দি অন্য তিনি গৰাকী সাংসদ সদস্যৰ নিযুক্তি দিয়ে। যাৰ ভিতৰত দ্ৰাবিড় মুনেত্ৰ কড়গমৰ তিৰুচি শিৱা,তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ড০ কেশৱ ৰাও আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহাসচিব ভি বিজয়ছাই ৰেড্ডী শুক্লাক এই কমিটিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰে । উল্লেখ্য যে,ৰাজ্যসভাৰ নীতি কমিটিত অধ্যক্ষ সহিতে মুঠ ১১ টা সদস্যৰে গঠিত ।

লগতে চাওকঃ নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.