ETV Bharat / bharat

মুকলি হ’ল শ্বিলঙৰ প্ৰথমটো অৰ্কিডেৰিয়াম - মেঘালয়

দিল্লী,মুম্বাই,গুৰুগ্ৰাম আৰু উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত উদ্ভিদ জিয়াই ৰাখিবলৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত ৰাখিব লগা হয় কিন্তু মেঘালয়ৰ বতৰ প্ৰাকৃতিকভাবে এনে ধৰণৰ হোৱাৰ বাবে বিদ্যুতৰ ব্যৱহাৰ নহয় যাৰ ফলত বহুত বিদ্যুত ৰাহি হয় ৷

মুকলি হ’ল শ্বিলঙৰ প্ৰথমটো অৰ্কিডেৰিয়াম
author img

By

Published : Jun 18, 2019, 2:59 PM IST

শ্বিলং,18 জুন: ই’ক টুৰিজিমৰ ক্ষেত্ৰখনক অধিক গুৰুত্ব প্ৰদান কৰি দা ইনষ্টিটিউট অৱ বাই’অ ৰিচোৰ্চেচ এণ্ড চাচটেইনেবল ডেভলপমেন্তে আপাৰ শ্বিলঙত স্থাপন কৰিছে ষ্টেট অৱ ডা আৰ্ট অৰ্কিডেৰিয়াম ৷ মেঘালয়ৰ জলবয়ু অনুকূল হোৱাৰ বাবে বহু দুষ্প্ৰাপ্য উদ্ভিদৰ ইয়াত পোৱা যায় ৷

ETV BHARAT ASSAM
মুকলি হ’ল শ্বিলঙৰ প্ৰথমটো অৰ্কিডেৰিয়াম
দিল্লী,মুম্বাই,গুৰুগ্ৰাম আৰু উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত উদ্ভিদ জিয়াই ৰাখিবলৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত ৰাখিব লগা হয় কিন্তু মেঘালয়ৰ বতৰ প্ৰাকৃতিকভাৱে এনে ধৰণৰ হোৱাৰ বাবে বিদ্যুতৰ ব্যবহাৰ নহয় যাৰ ফলত বহুত বিদ্যুত ৰাহি হয় ৷
ETV BHARAT ASSAM
মুকলি হ’ল শ্বিলঙৰ প্ৰথমটো অৰ্কিডেৰিয়াম

লগতে পঢ়ক: উত্তৰ পূৱৰ তৃতীয় অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ব মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ

তিনি মাহৰ ভিতৰত সাজি উলিওৱা অৰ্কিডেৰিয়ামটোত প্ৰায় 20 বিধ উদ্ভিদ আছে ৷ উল্লেখ্য যে বিশ্বত পোৱা 17,000 বিধ উদ্ভিদ পোৱা যায় আৰু তাৰে 1,250 বিধ ভাৰতত আৰু 300 বিধ মেঘালয়ত পোৱা যায় ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.