ETV Bharat / bharat

কলকাতাত এছএফআইৰ প্ৰতিবাদ - মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়

কলকাতাত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ষ্টুডেণ্ট ফেডাৰছন অফ ইণ্ডিয়াই । প্ৰতিবাদত মানব সম্পদ উন্নয়ন মন্ত্ৰণালয়ে আগবঢ়োৱা পূৰ্বৰ মন্তব্য অনুসৰি বিশ্ববিদ্যালয়সমূহত ৩০ চেপ্তেম্বৰলৈকে চূড়ান্ত সান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাই এছএফআইয়ে ।

এছএফআই
এছএফআই
author img

By

Published : Jul 12, 2020, 2:17 PM IST

নিউজ ডেস্ক, ১২ জুলাইঃ শনিবাৰে কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰে ষ্টুডেণ্ট ফেডাৰছন অফ ইণ্ডিয়াই । প্ৰতিবাদত মানব সম্পদ উন্নয়ন মন্ত্ৰণালয়ে আগবঢ়োৱা পৰামৰ্শ অনুসৰি বিশ্ববিদ্যালয়সমূহত ৩০ চেপ্তেম্বৰলৈকে চূড়ান্ত সান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে ।

ষ্টুডেণ্ট ফেডাৰছন অফ ইণ্ডিয়াৰ প্ৰায় ২০০ ৰো অধিক সদস্যই মহাবিদ্যালয়ৰ পথ আৰু গোল পাৰ্ক অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে । এজন এছএফআইৰ নেতাই কয় যে, আমি সেই পৰামৰ্শদাতাসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰো, যিয়ে কৈছিল যে, আনলকৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । আমি নাভাবো যে এনেধৰণৰ মহামাৰীৰ বাবে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা সম্ভব হ'ব । আৰু অনলাইন পৰীক্ষাও শিক্ষাৰ্থীসকলৰ বাবে বৈষম্যমূলক হ'ব ।

তাৰোপৰি প্ৰতিবাদকাৰীসকলে লক্ ডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পৰা টিউচনৰ বেতন লবলৈ মানা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.