ETV Bharat / bharat

সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা - কটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱৰ পূৰ্বে কটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা ৷ লাল কিলাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ভৱনতো বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৷ সমগ্ৰ ৰাজধানীতে 45 হাজাৰতৈও অধিক সুৰক্ষাবাহিনীৰ লোক মোতায়ন কৰা হৈছে ৷ ইয়াৰ উপৰিও লাল কিলাৰ 5 কিলোমিটাৰৰ অন্তৰ্ভূক্ত নিৰ্দিষ্ট কিছুমান ঠাইত 2,000ত কৈও অধিক স্নিপাৰ নিযুক্ত কৰা হৈছে ৷

Security beefed up in Delhi-NCR ahead of Independence day
স্বাধীনতা দিৱৰ পূৰ্বে কটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা
author img

By

Published : Aug 14, 2020, 1:01 PM IST

নেশ্যনেল ডেক্স,14 আগষ্টঃ 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখিয়ে দিল্লী এন চি আৰৰ লগতে ইয়াৰ সীমান্তৱৰ্তী অঞ্চসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ইয়াৰ উপৰিও এন এছ জি, এছ পি জি আৰু আই টি বি পি এজেঞ্চিসমূহকো হাই এলাৰ্টত ৰখা হৈছে ৷

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ‘নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আটাইকেইটা এজেঞ্চিয়ে একত্ৰিতভাৱে কাম কৰিব ৷ ইয়াৰ উপৰিও ঠায়ে ঠায়ে SWAT দল আৰু পৰাক্ৰম ভেনসমূহো স্থাপন কৰা হৈছে ৷ আনহাতে, ৰাজধানীত সাধাৰণ পোছাকত আৰক্ষীয়ে পহৰা দি থাকিব ৷’

স্বাধীনতা দিৱৰ পূৰ্বে কটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা

সমগ্ৰ ৰাজধানীতে 45 হাজাৰতৈও অধিক সুৰক্ষাবাহিনীৰ লোক মোতায়ন কৰা হৈছে ৷ ইয়াৰ উপৰিও লাল কিলাৰ 5 কিলোমিটাৰৰ অন্তৰ্ভূক্ত নিৰ্দিষ্ট কিছুমান ঠাইত 2,000ত কৈও অধিক স্নিপাৰ নিযুক্ত কৰা হৈছে ৷ লাল কিলাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ভৱনতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

প্ৰতিখন জিলাৰে অপৰাধ শাখাৰ অতি কমেও 20 টাকৈ কুকুৰ স্কোৱাডৰ দল গোটেই ৰাজধানীতে মোতায়ন কৰা হৈছে ৷ লাল কিলাৰ চাৰিওকাষে বোমা নিষ্ক্ৰীয়কাৰী দল মোতায়ন কৰা হৈছে ৷

লাল কিল্লাত ‘গাৰ্ড অৱ অনাৰৰ’ অংশ হ’বলগীয়া অতি কমেও 350 গৰাকী আৰক্ষীৰ লোকক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, কভিড-19ৰ লক্ষণ থকা যিকোনো লোককে অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে দিল্লী আৰক্ষীয়ে ৷

গাজিয়াবাদতো, নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ হোটেল, লজ, ৰাস্তাৰ কাষৰ খোৱাবস্তুৰ দোকান, বাছ ষ্টেণ্ড, ৰে’ল ষ্টেছন আদিত বিশেষ অনুসন্ধান চলোৱা হৈছে ৷

লগতে পঢ়ক-কমলা হেৰিছ-এক দক্ষিণ এছীয় প্ৰৱজনকাৰী আমেৰিকাবাসীৰ সপোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.