ETV Bharat / bharat

দিল্লীৰ সাতখন জিলা আদালতৰ চৌহদত স্থাপন হ'ব ভিডিঅ' কনফাৰেন্সিং কক্ষ : উচ্চতম ন্যায়ালয়

author img

By

Published : Jun 14, 2020, 10:37 AM IST

উচ্চতম ন্যায়ালয় সম্বন্ধীয় তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত শুনানি গ্ৰহণ কৰিব লগীয়া আবেদনৰ ভিত্তিতে দিল্লীৰ সাতখন জিলা আদালতত ভিডিঅ' কনফাৰেঞ্চৰ সুবিধা প্ৰদান কৰা হ'ব বুলি এক বিবৃতিযোগে সদৰি কৰে উচ্চতম ন্যায়ালয়ে ।

উচ্চতম ন্যায়ালয়
দিল্লীৰ সাতখন জিলা আদালতত স্থাপন হ'ব ভিডিঅ' কনফাৰেঞ্চৰ সুবিধাঃ উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, ১৪ জুনঃ দিল্লীৰ সাতখন ভিন্ন জিলাৰ জিলা আদালতৰ চৌহদত ভিডিঅ' কনফাৰেন্সিঙৰ বাবে স্থাপন কৰা হ'ব বিশেষ কক্ষ । শনিবাৰে উচ্চতম ন্যায়ালয়ে এক বিবৃতিত সদৰি কৰিলে এই কথা । উচ্চতম ন্যায়ালয়ৰ উপস্থিতিত শুনানি গ্ৰহণ কৰিবলগীয়া তথা তালিকাভুক্ত হৈ থকা আবেদনসমূহৰ ভিত্তিতে তাৰোপৰি অধিবক্তা আৰু আইনজীৱি (lawyers and litigants) সকলোৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ'ব এই কক্ষ ।

ভিডিঅ' কনফাৰেঞ্চিঙৰ সুবিধা প্ৰদান কৰা দিল্লীৰ সাতখন জিলা আদালত হৈছে - ৰোহিণী দ্বাৰকা, পাটিয়ালা হাউছ, তীছ হাজাৰী, ছাকেট, ৰোউজ এভিনিউ আৰু কৰকৰডুমা ।

লগতে পঢ়ক : তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সমালোচনাত মুখৰ কংগ্ৰেছ বিধায়িকা ছিথাক্কা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.