ETV Bharat / bharat

এসপ্তাহৰ অন্তত হ'ব ঝাৰখণ্ডৰ ডিজিপি নিয়োগৰ আবেদনৰ শুনানি

author img

By

Published : Aug 14, 2020, 1:33 AM IST

ঝাৰখণ্ডৰ আৰক্ষী মহা পৰিদৰ্শক গৰাকীৰ নিযুক্তিক চেলেঞ্জ জনাই আদালতক জনোৱা আবেদনৰ শুনানিৰ ওপৰত উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জাৰি কৰিলে স্থগিতাদেশ ।

SC to hear plea challenging Jharkhand DGP appointment after one week
এসপ্তাহৰ অন্তত হ'ব ঝাৰখণ্ডৰ ডিজিপি নিয়োগৰ আবেদনৰ শুনানি

নিউজ ডেস্ক,১৩আগষ্ট: ভাৰতৰ মুখ্য ন্যায়াধীশ এচ এ ববদেৰ নেতৃত্বাধীন উচ্চlম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠৰ আদালতে ঝাৰখণ্ডৰ আৰক্ষী মহা পৰিদৰ্শক এম ভি ৰাওৰ নিযুক্তিক চেলেঞ্জ জনাই আদালতক জনোৱা এখন আবেদনৰ শুনানিৰ ওপৰত দিলে স্থগিতাদেশ ।

আদালতে আবেদনকাৰী প্ৰহ্লাদ নাৰায়ণক প্ৰাক্তন আৰক্ষী মহা পৰিদৰ্শক কে চি চৌবেক বিষয়টোৰ সন্দৰ্ভত এটা পক্ষ্য বনাবৰ বাবে পৰামৰ্শ দি তাৰ পিছতহে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণৰ কথা অৱগত কৰিলে ।

প্ৰহ্লাদ নাৰায়ণে এম ভি ৰাওক ঝাৰখণ্ডৰ আৰক্ষী মহা পৰিদৰ্শ হিচাবে নিযুক্তিৰ প্ৰসংগত উচ্চত্বম ন্যায়ালয়ক চেলেঞ্জ কৰি উল্লেখ কৰিছিল যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰক্ষী মহা পৰিদৰ্শ গৰাকীৰ কাৰ্যকাল ২বছৰ সমাপ্ত নোহোৱা পৰ্যন্ত দায়িত্বত থকা কোনো এগৰাকী মহা পৰিদৰ্শকক স্থানান্তৰ অথবা আঁতৰাই দিব নোৱাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.