ETV Bharat / bharat

শ্ৰমিকক সকলো সুবিধা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - পৰিয়াল পৰিপালন কৰা কৰ্মৰ সন্ধানত দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিক সকল ৷ উচ্চতম ন্যালয়ে তেওঁলোকৰ বাবে চৰকাৰক বিশেষ সুবিধা প্ৰদান কৰিৱলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

কৰ’ণাৰ বাবে সমগ্ৰ দেশতে ল’ক ডাউন চলি আছে ৷ যাৰ বাবে দৈনিক কাম কৰি খোৱা শ্ৰমিক সকল বিশেষকৈ অসুবিধাত পৰিছে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক খাদ্য , পানী ,আৰু অত্যাবশ্যকীয় সকলো সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যালয়ৰ ৷

sc-to-hear-petition-seeking-amenities-for-migrant-workers
শ্ৰমিক সকলক সকলো সুবিধা প্ৰদান কৰিৱলৈ উচ্চতম ন্যালয়ৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰক
author img

By

Published : Mar 30, 2020, 11:12 AM IST

নতুন দিল্লী 30 মাৰ্চ: সমগ্ৰ দেশ কৰ’ণাৰ বাবে ল’ক ডাউন হৈ আছে ৷ যাৰ ফলত সমস্যাত পৰিছে দৈনিক কাম কৰি পৰিয়াল পৰিপালন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিক সকল ৷ উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ বাবে চৰকাৰক বিশেষ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

খাদ্য, পানী, আৰু দৈনন্দিন অত্যাৱশ্যকীয় সকলো প্ৰয়োজনীয সামগ্ৰী যাতে পায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ সকলো পৰিয়াল ,মহিলা ,সৰু সৰু লৰা ছোৱালী ,বয়োজেষ্ঠ নাগৰিক যি সকলে ল’ক ডাউনৰ সময়ত খোজ কাঢ়ি নিজৰ ঘৰলৈ গৈ আছে, তেওঁলোকেও যাতে এই সকলো সুবিধা পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিৱলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 ল’ক ডাউন ঘোষণা কৰাৰ সময়ত সমগ্ৰ দেশবাসীক সামাজিক দূৰত্ব বজাই ৰাখিৱৰ বাবে আহ্বান জনাইছে ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বতমানলৈ দেশত 1024 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 27 গৰাকীৰ ৷

লগতে পঢক :22খনকৈ নাৰ্ছিং হোমৰ সৈতে চুক্তি স্বাক্ষৰ স্বাস্থ্যমন্ত্ৰীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.