ETV Bharat / bharat

NRC সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগঃ অসম চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Jan 6, 2020, 1:44 PM IST

অসম চৰকাৰ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ পৰা এনআৰচিৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে ৷

স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে
স্পষ্টীকৰণ বিচাৰিছে  উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক, 6 জানুৱাৰী: এনআৰচিৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত ৰাজ্যিক সমন্বয়ক আৰু অসম চৰকাৰৰ পৰা এক স্পষ্টীকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে ৷

সোমবাৰে মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ অধ্যক্ষতাৰ বিচাৰপীঠখনে অধিবক্তা কপিল শিবালৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, "তেওঁ এনে কথা ক'ব নোৱাৰে ৷ অসম চৰকাৰে ইয়াৰ স্পষ্টীকৰণ দিব লাগিব ৷" বিচাৰপীঠখনে জ্যেষ্ঠ অধিবক্তা কপিল শিবালে দৃষ্টি আকৰ্ষণ কৰা বিষয়টোৰ শুনানিত ন্যায়াধীশ ববডে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ অপসাৰণৰ বিষয়েও আবেদনখনত অভিযোগ উত্থাপন কৰা হৈছিল ৷

ইয়াৰোপৰি ৰাজ্যখনৰ এনআৰচিৰ বিষয় লৈ আন কেইবাখনো আবেদন সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আৰু বিচাৰপীঠে কেন্দ্ৰ তথা অসম চৰকাৰক 4 সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি এক জাননী প্ৰদান কৰিছে ৷

উল্লেখ্য যে, এনআৰচিৰ পৰা প্ৰায় 60টা শিশুৰ নাম বাদ পৰা বিষয়টো সম্পৰ্কত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আন এক আবেদনৰো শুনানি লোৱা হয় ৷

কেন্দ্ৰ তথা অসম চৰকাৰৰ হৈ এট'ৰ্নী জেনেৰেল কে.কে ভানু আৰু চ'লিছিটাৰ জেনেৰেল তুষাৰ মেহতাই জনোৱা মতে, এই শিশু সকল তেওঁলোকৰ অভিভাৱৰ পৰা পৃথক নহয় ৷

এই শুনানিত উপস্থিত থকা অন্যতম ন্যায়াধীশ বি.আৰ গাৱাই আৰু সূৰ্য কান্তই কয় যে, যিসলকৰ অভিভাৱকে এনআৰচিৰ দ্বাৰা নাগৰিকত্ব পাইছে, তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা নহয় ৷

লগতে পঢ়ক: আধৰুৱা হৈ ৰ’ৱ নেকি বিজেপিৰ সপোন

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD8
SC-ASSAM NRC
SC seeks explanation from Assam on allegations of communal statements by state NRC coordinator
         New Delhi, Jan 6 (PTI) The Supreme Court on Monday sought an explanation from the Assam government over the allegation that the state coordinator for NRC was making communal statements.
          "He should not be saying all this. You (Assam government) have to explain this. Whatever you want. He should not be saying all this," a bench headed by Chief Justice S A Bobde observed after senior advocate Kapil Sibal drew the attention to the alleged statement made by the state NRC coordinator.
         The bench was hearing the petition which also sought removal of the state coordinator Hitesh Dev Sarma.
          Several other petitions have been filed relating to the NRC in Assam and the bench issued notices to the Centre and Assam Govt and sought response within four weeks.
          A petition was also heard in which it was stated that around 60 children have been excluded from the NRC but their parents have been granted citizenship through NRC .
          Attorney General K K Venugopal and Solicitor General Tushar Mehta, appearing for the Centre and the Assam government, said such children will not be separated from their parents.
          In the order, the bench also comprising justices B R Gavai and Surya Kant said children whose parents have been granted citizenship through NRC will not be sent to detention centre.
          The response on the petition has to be filed in 4 weeks.PTI RKS MNL PKS LLP LLP
DV
DV
01061150
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.