ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ শিক্ষক নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ - বিজেপি চৰকাৰ

উত্তৰ প্ৰদেশৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰী সম্পৰ্কত কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ তদন্তৰ দাবী জনাই । আনকি অনতিপলমে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ জনাই ।

sc-judge-should-probe-recruitments-made-by-up-education-dept-cong
উত্তৰ প্ৰদেশৰ শিক্ষক নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ
author img

By

Published : Jun 11, 2020, 8:12 PM IST

নিউজ ডেস্ক, ১১ জুন : লক ডাউনৰ মাজতে কংগ্ৰেছ দলে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ উক্ত বিষয় সন্দৰ্ভত তদন্তৰ দাবী জনাই ।

কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই জনাই যে,এই সম্পৰ্কত উত্তৰ প্ৰদেশ চৰকাৰ নিমাত । গতিকে অতি সোনকালে তদন্ত হ'ব লাগে । লগতে তেওঁ জনোৱা অনুসৰি, এলাহাবাদ উচ্চ ন্যায়ালয়ত ৰাজ্যখনৰ ৬৯,০০০ গৰাকী শিক্ষক নিযুক্তি আৰু বেতন সম্পৰ্কত গোচৰ বিচাৰাধীন হৈ আছে ।

sc-judge-should-probe-recruitments-made-by-up-education-dept-cong
উত্তৰ প্ৰদেশৰ শিক্ষক নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ

আনকি কংগ্ৰেছে দাবী জনোৱা অনুসৰি,উক্ত বিষয় সম্পৰ্কত অনতিপলমে এখন তদন্তকাৰী কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰিবলৈ দাবী জনাই । আৰু এই সম্পৰ্কত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি ঠকা সৰকা কৰে কংগ্ৰেছে ।

লগতে পঢ়ক : বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন হ'ব বৰপটাৰ কাপলা বিলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.