ETV Bharat / bharat

পুৰীত ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jun 19, 2020, 7:51 PM IST

শুকুৰবাৰে ওড়িশা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । পুৰী গোৱৰ্ধন মুট শংকৰাচাৰ্য নিশ্চলানড় সৰস্বতীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক মানি লয় আৰু গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সাৰ্বজনীন স্বাস্থ্য আৰু নাগৰিকৰ সুৰক্ষাৰ হেতু এইবাৰ পুৰীৰ ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

পুৰীত ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
পুৰীত ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ১৯ জুন : ওড়িষ্যা চৰকাৰে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ে এইবাৰ ওড়িশাত ৰথযাত্ৰা আয়োজন নকৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতে ওড়িষ্যা চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ মানি লয় ।

এই নিৰ্দেশ সন্দৰ্ভত শুকুৰবাৰে পুৰী গোৱৰ্ধন মুট শংকৰাচাৰ্য নিশ্চলানড় সৰস্বতীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক মানি লয় আৰু গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তেওঁ কয় যে, ‘ৰথযাত্ৰাত অনুষ্ঠানসমূহ কিদৰে অনুষ্ঠিত কৰিব পৰা যাব এই সন্দৰ্ভত ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰা উচিত ।'

মুখ্য ন্যায়াধীশ এছ এ বোবডে,ন্যায়াধীশ দিনেশ মহেশ্বৰী আৰু এ এছ বোপন্নাৰ বিচাৰপীঠে শুকুৰবাৰে সাৰ্বজনীন স্বাস্থ্য আৰু নাগৰিকৰ সুৰক্ষাৰ হেতু এইবাৰ পুৰীৰ ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। সেইমৰ্মে ৰাজ্যিক কেবিনেটে ওড়িষ্যাৰ সকলো জিলা মেজিষ্ট্ৰেটক জগন্নাথ মন্দিৰ প্ৰবন্ধকসকলৰ সৈতে যোগাযোগ স্থাপন কৰি নিজ নিজ জিলা আদালতৰ এই নিৰ্দেশ পালন কৰাৰ অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক : ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.