ETV Bharat / bharat

স্বাস্থ্যকৰ্মীক মাহিলী বেতনৰ লগতে সকলো প্ৰয়োজনীয় সুবিধা দিয়া উচিতঃ উচ্চতম ন্য়ায়ালয়

author img

By

Published : Jun 17, 2020, 6:38 PM IST

স্বাস্থ্য কৰ্মীসকলৰ আবাস গৃহৰ সুবিধা,সময়মতে দৰমহা মুকলি দিয়া আদি সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ। এই নিৰ্দেশ উলংঘা কৰাটো এটা অপৰাধ বুলি প্ৰকাশ কৰে ন্যায়ালয়ে।

উচ্চতম ন্য়ায়ালয়
sc asks central to issue order by payment and quarantine facilities to health workers

নিউজ ডেস্ক, ১৭ জুনঃ কোভিড-১৯ সংকটৰ সময়ত অবিৰতভাৱে কাম কৰি থকা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে সৰ্ব্বোচ্চ ন্যায়ালয়ে। স্বাস্থ্য কৰ্মীসকলৰ আবাস গৃহৰ সুবিধা,সময়মতে দৰমহা মুকলি দিয়া আদিৰো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক বৃহস্পতিবাৰৰ ভিতৰত জাননী জাৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে। লগতে,কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ উলংঘা কৰাটো এটা অপৰাধ বুলি ন্যায়ালয়ে প্ৰকাশ কৰে।

sc asks central to issue order by payment and quarantine facilities to health workers
স্বাস্থ্যকৰ্মীক মাহিলী বেতনৰ লগতে সকলো প্ৰয়োজনীয় সুবিধা দিয়া উচিতঃ উচ্চতম ন্য়ায়ালয়

তদুপৰি,ন্যায়াধীশ অশোক ভূষণৰ অধ্যক্ষতাৰ বিচাৰপীঠে উল্লেখ কৰা অসুসৰি,কোভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰথম এসপ্তাহৰ বাবে কোৱাৰেণ্টাইন কৰা হ'ব।

কেন্দ্ৰীয় চৰকাৰেও ন্য়ায়ালয়ক এই নিৰ্দেশক সহমত প্ৰকাশ কৰে। লগতে, এই নিৰ্দেশে ১৫ মে'ত ন্য়ায়ালয়ে দিয়া নিৰ্দেশক সংশোধন কৰিব বুলি প্ৰকাশ কৰে। ১৫ মে'ত ন্য়ায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি স্বাস্থ্যকৰ্মীসকলে বাধ্যতামূলকভাৱে কোৱাৰেণ্টাইনত থাকিব লাগিছিল।

লগতে চাওকঃ মহানগৰীত গণ সংক্ৰমণ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.