ETV Bharat / bharat

মহামাৰী সময়ত ধৰ্মীয় ভেদভাৱ পৰিহাৰ কৰকঃ মিলিন্দ পাৰেন্দ

পাকিস্তানৰ ওপৰত ক্ষোভ প্ৰকাশ বিশ্ব হিন্দু পৰিষদৰ সম্পাদক মিলিন্দ পাৰেন্দৰ । পাকিস্তানত থকা সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ প্ৰতি কৰি অহা বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে । যাৰ বাবে বৃহস্পতিবাৰে UNHRC আৰু ভাৰত চৰকাৰলৈ বিষয় সন্দৰ্ভত আবেদন জনাই মিলিন্দ পাৰেন্দে ।

মিলিন্দ পাৰেন্দ
মহামাৰী সময়ত ধৰ্মীয় ভেদভাব পৰিহাৰ কৰকঃ মিলিন্দ পাৰেন্দে
author img

By

Published : Apr 17, 2020, 9:42 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ পাকিস্তানত থকা সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ প্ৰতি কৰি অহা বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিশ্ব হিন্দু পৰিষদৰ সম্পাদক মিলিন্দ পাৰেন্দে । বৃহস্পতিবাৰে ক্ষোভ প্ৰকাশ কৰি হিন্দু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ জীৱন ৰক্ষা কৰিবলৈ আৱেদন জনাই United Nations Human Rights Commission(UNHRC) আৰু ভাৰত চৰকাৰক ।

মিলিন্দ পাৰেন্দ
মহামাৰী সময়ত ধৰ্মীয় ভেদভাব পৰিহাৰ কৰকঃ মিলিন্দ পাৰেন্দে

বিশ্ব হিন্দু পৰিষদৰ সম্পাদক মিলিন্দ পাৰেন্দে কয় যে, মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বই একগোট হৈ কাম কৰি আহিছে । কিন্তু এনে সংকটময় সময়টো পাকিস্তানে তাত থকা অল্প সংখ্যক হিন্দু জনসাধৰণৰ ওপৰত ধৰ্মীয় ভেদভাৱ কৰি আহিছে । হিন্দু সকলক কেৱল খাদ্য সামগ্ৰীয়ে নহয়,পাকিস্তানে হিন্দু সকলক স্বাস্থ্য আৰু জীৱন সম্বন্ধীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বঞ্চিত কৰি আহিছে । হিন্দু সকলে খাদ্য সামগ্ৰীৰ বিচাৰিলে ধৰ্ম পৰিৱৰ্তন কৰিবলৈ অমানৱীয় অত্যাচাৰ চলাই আহিছে বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে ।লগতে কয়,বৰ্তমান সময়ত পাকিস্তানত মাত্ৰ 1½ - 2% শতাংশ হিন্দু সম্প্ৰদায়ৰ লোক জীয়াই আছে । কিন্তু তাৰ পাচতো পাকিস্তানে মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত লাভ কৰিবলগীয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ।

লগতে চাওকঃ অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিকৰ পাচিঘাটৰ পৰা পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.