ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ 4 জন লোক

author img

By

Published : Nov 2, 2020, 11:02 AM IST

অন্ধ্ৰ প্ৰদেশৰ কাদাপা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰঙা চন্দন কাঠ অবৈধভাৱে কঢ়িয়াই নি থকা অৱস্থাক সংঘটিত এই দুৰ্ঘটনাত চাৰিজন চোৰাং ৰঙা চন্দৰ কাঠৰ সৰবৰাহকাৰী জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে 3 জন চোৰাং সৰবৰাহকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

অন্ধ্ৰ প্ৰদেশৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ 4 জন লোক
অন্ধ্ৰ প্ৰদেশৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ 4 জন লোক

নেশ্য়নেল ডেস্ক ,2 নৱেম্বৰ: সোমবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ কাদাপাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত টিপাৰ অভিমুখে গৈ থকা অৱস্থাত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোক জীৱন্তে জ্বলি যায় আৰু তিনিজন চোৰাং সৰবৰাহকাৰী আঘাতপ্ৰাপ্ত হয় ।

প্ৰাপ্ত তথ্য অনুসৰি,কাদাপা বিমানবন্দৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ গোটুৰৰ টিপাৰত এখন ডিজেল টেংকাৰত খুন্দা লাগি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ৰঙা চন্দন কাঠ অবৈধভাৱে কঢ়িয়াই নি থকা অৱস্থাক সংঘটিত এই দুৰ্ঘটনাত চাৰিজন চোৰাং ৰঙা চন্দৰ কাঠৰ সৰবৰাহকাৰী জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে 3 জন চোৰাং সৰবৰাহকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক: শ্ৰীনগৰত হিজাবুল মুজাহিদিনৰ শীৰ্ষ নেতাক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.