ETV Bharat / bharat

তালিবান সন্ত্ৰাসবাদীৰ জৰিয়তে আমেৰিকান সৈনিকক হত্যা কৰিবলৈ ৰাছিয়াৰ পুৰস্কাৰ ঘোষণাঃ The New York Times

author img

By

Published : Jun 28, 2020, 10:12 PM IST

আমেৰিকাৰ সুফ্ৰিয়া অধিকাৰীয়ে এমাহ পূৰ্বে জনাইছিল যে, ৰাছিয়া সুফ্ৰিয়া সৈন্যই গ্ৰুপ্ত ৰূপৰে তালিবানৰ লগত জড়িত সন্ত্ৰাসবাদী সকলক আফগানিস্তানত আমেৰিকান সৈনিকক হত্যা কৰিবলৈ পুৰস্কাৰ ঘোষণা কৰিছিল । দেওবাৰে সংবাদ মাধ্যমত প্ৰকাশিত হৈছে এই তথ্য ।

russia-offered-bounties-to-taliban-militants-to-kill-us-troops

নিউজ ডেস্ক, ২৮ জুন : আমেৰিকাৰ সুফ্ৰিয়া অধিকাৰীয়ে এমাহ পূৰ্বে জনাইছিল যে, ৰাছিয়া সুফ্ৰিয়া সৈন্যই গ্ৰুপ্ত ৰূপৰে তালিবানৰ লগত জড়িত সন্ত্ৰাসবাদী সকলক আফগানিস্তানত আমেৰিকান সৈনিক সকলক হত্যা কৰিবলৈ পুৰস্কাৰ ঘোষণা কৰিছিল । দেওবাৰে সংবাদ মাধ্যমত প্ৰকাশিত হৈছে এই তথ্য ।

The New York Times ৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি, ৰাছিয়াই বিগত বছৰৰ আক্ৰমণৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছিল । যি সময়ত আমেৰিকা আৰু তালিবানৰ মাজত দীৰ্ঘ সময় ধৰি চলি থকা যুদ্ধখনৰ সমাপ্তি ঘটাবলৈ চেষ্টা চলাইছিল ।

হোৱাইত হাউছৰ ফালৰ পৰা জনোৱা অনুসৰি, ট্ৰাম্প আৰু সহ ৰাষ্ট্ৰপতি সকলক এই সম্পৰ্কত কোনো ধৰণৰ তথ্য অৱগত কৰা হোৱা নাই । লগতে প্ৰেছ সচিব কাইলে ম্যাকনিয়ে এক বিবৃতিত জনাইছে যে, ৰাছিয়াই এই প্ৰতিবেদনক অযুক্তিকৰ বুলি আখ্যা দিছে ।

russia-offered-bounties-to-taliban-militants-to-kill-us-troops
তালিবান সন্ত্ৰাসবাদীৰ জৰিয়তে আমেৰিকান সৈনিকক হত্যা কৰিবলৈ ৰাছিয়াৰ পুৰস্কাৰ ঘোষণাঃ The New York Times

আনহাতে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, এই অযুক্তিকৰ প্ৰচাৰৰ ক্ষেত্ৰত আমেৰিকাই কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিচয় দিছে ।

পূৰ্বৰ উপ-ৰাষ্ট্ৰপ্ৰতি গৰাকীয়ে জনোৱা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ বাবে ৰাছিয়াৰ সকলো প্ৰকাৰৰ অনুমতি ব্যৰ্থ হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.