ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিল দেশৰ এক ঐতিহাসিক সিদ্ধান্তঃ মোহন ভাগৱত

author img

By

Published : Oct 25, 2020, 10:18 AM IST

RSS ৰ প্ৰতিষ্ঠা দিৱসত মোহন ভাগৱতৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিগত বৰ্ষৰ দেশৰ তিনিটা ভাল খবৰৰ কথা উল্লেখ কৰিলে মোহন ভাগৱতে ৷

RSS chief lists Article 370 abrogation, Ram Mandi bhoomipujan, CAA as 'noteworthy incidents' in annual Dussehra's address
অনুচ্ছেদ 370 বাতিল দেশৰ এক ঐতিহাসিক সিদ্ধান্তঃ মোহন ভাগৱত

নিউড ডেস্ক, 25 অক্টোবৰ : দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ RSS ৰ 95 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে RSS প্ৰধান মোহন ভাগৱতে বিজেপি চৰকাৰৰ কাৰ্যকালত বিগত বৰ্ষৰ প্ৰধান তিনিটা ভাল খবৰৰ কথা উল্লেখ কৰে ৷

তেওঁ জনাই যে, বিগত বৰ্ষত ভাৰতীয় সংবিধানৰ পৰা অনুচ্ছেদ 370 বাতিল কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল কিয়নো ভাৰতবৰ্ষৰ লোকৰ বাবে পূথকৈ সংবিধান, পৃথক পতাকা থকাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি উল্লেখ কৰে ৷ একেদৰে,দ্বিতীয়টো ভাল খবৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ সিদ্ধান্তক উল্লেখ কৰে আৰু তৃতীয়টো ভাল খবৰৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA বলবৎ কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে মোহন ভাগৱতে ৷

আনহাতে, CAA প্ৰসংগত মন্তব্য প্ৰদান কৰি মোহন ভাগৱতে কয় যে, একাংশ লোকে CAA ৰ নামত অপপ্ৰচাৰ চলাই ধৰ্মৰ নামত বিভাজন চলাবলৈ চেষ্টা চলাই আহিছে ৷

লগতে পঢ়ক : তিনি বছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলালে প্ৰতিবেশীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.