ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাৰ বাবে 7টা নতুন স্কোৱাড্ৰণ গঠনৰ অনুমতি - ভাৰতীয় স্থলসেনাৰ দুটাকৈ আকাশ ৰেজিমেন্ট

ভাৰত ইলেকট্ৰ'নিকছ আৰু ভাৰত ডাইনামিকছৰ যৌথ সংযোজনত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ এক অনন্য সংযোজন ৷ ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ থকা ইয়াৰ মাৰক ক্ষমতা এই শ্ৰেণীৰ ক্ষেপণাস্ত্ৰ প্ৰণালীত নিজৰ ভিতৰতে শ্ৰেষ্ঠতম কৰি তুলিছে আকাশ ক্ষেপণাস্ত্ৰক ৷ শেহতীয়াকৈ নিজৰ শক্তি বৃদ্ধিৰ কৰিবলৈ আকাশ ক্ষেপণাস্ত্ৰ সংযোজনৰ বাবে অতিৰিক্ত 7টাকৈ স্কোৱাড্ৰণ গঠনৰ চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতীয় বায়ুসেনাই ৷

ভাৰতীয় বায়ুসেনাৰ বাবে 7টা নতুন স্কোৱাড্ৰন গঠনৰ অনুমতি
author img

By

Published : Sep 15, 2019, 2:31 PM IST

নিউজ ডেস্ক, 15 চেপ্তেম্বৰঃ নিজৰ শক্তি বৃদ্ধিৰ বাবে 5400 কোটি টকাৰ বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতীয় বায়ুসেনাই ৷ প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা নিৰ্মাণকাৰী সংস্থা ভাৰত ইলেকট্ৰ'নিকছৰ সৈতে আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী সংযোজনক লৈ স্বাক্ষৰ কৰিছে এই চুক্তি ৷ বায়ুসেনাত আকাশ ক্ষেপণাস্ত্ৰৰ শক্তি বৃদ্ধি কৰিবলৈ অতিৰিক্ত 7টা স্কোৱাড্ৰণ গঠনৰ বাবে স্বাক্ষৰ কৰা হৈছে এই চুক্তি ৷

ইয়াৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাই আকাশ-1 ক্ষেপণাস্ত্ৰ প্ৰণালীৰ বাবে 6,200 কোটি টকা ব্যয়েৰে 8টাকৈ স্কোৱাড্ৰণ গঠন কৰিছিল ৷ ইয়াৰে 6টা স্কোৱাড্ৰণ উত্তৰ-পূবত চীনত ৰোধিবলৈ নিয়োগ কৰাৰ লগতে মিৰাজ 2000 যুঁজাৰু ঘাটি গোৱালিয়ৰ আৰু আনটো পুনেস্থিত ছুখই- ছু30 এমকেআই যুঁজাৰু ঘাটিত নিয়োজিত হৈ আছে ৷ প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আকাশ-2 ক্ষেপণাস্ত্ৰ প্ৰণালীটো আগন্তুক 18 মাহৰ ভিতৰত আৰম্ভ হোৱাৰ লগতে তিনিবছৰৰ ভিতৰত ভাৰতীয় বায়ুসেনাই লাভ কৰিব ৷ ভাৰতীয় বায়ুসেনাৰ বিপৰীতে স্থলসেনাত 14,180 কোটি টকা ব্যয়েৰে দুটাকৈ আকাশ ৰেজিমেন্ট ইতিমধ্যেই সংযোজন কৰাৰ লগতে আন দুটা ৰেজিমেন্ট গঠনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

সংযোজিত দ্বিস্তৰীয় ৰামজেট ৰকেট প্ৰক্ষেপণ প্ৰণালীৰ সহযোগত 60 কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াবলৈ সক্ষম 5.6 মিটাৰ দীঘল আকাশ ক্ষেপণাস্ত্ৰ ৷ 1984 চনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই আৰম্ভ কৰা ইন্টিগ্ৰেটেড গাইডেদ মিছাইল ডেভেলপমেন্ট প্ৰগ্ৰেমৰ মানসপুত্ৰ হৈছে আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী ৷ আকাশ ক্ষেপণাস্ত্ৰ 25 কিলোমিটাৰৰ ব্যাসাৰ্ধত শত্ৰুপক্ষৰ বিমান, হেলিকপ্টাৰ, ড্ৰ'ণ আৰু ছাব-ছ'নিক ক্ৰুইজ মিছাইল ধৰা পেলোৱাৰ লগতে ইয়াক ধ্বংস কৰিব পৰা মাৰক ক্ষমতাৰ অধিকাৰী ৷ সম্পূৰ্ম অট'মেটিক এই আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালীয়ে যিকোনো প্ৰতিকূল পৰিস্থিতিতে কাম কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা সময়তে বহুকেইটা আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম ৷

Intro:Body:

ভাৰতীয় বায়ুসেনাৰ বাবে 7টা নতুন স্কোৱাড্ৰন গঠনৰ অনুমতি

ভাৰত ইলেকট্ৰ'নিকছ আৰু ভাৰত ডাইনামিকছৰ যৌথ সংযোজনত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালী ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ এক অনন্য সংযোজন ৷ ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ থকা ইয়াৰ মাৰক ক্ষমতা এই শ্ৰেণীৰ ক্ষেপনাস্ত্ৰ প্ৰণালীত নিজৰ ভিতৰতে শ্ৰেষ্ঠতম কৰি তুলিছে আকাশ ক্ষেপনাস্ত্ৰক ৷ শেহতীয়াকৈ নিজৰ শক্তি বৃদ্ধিৰ কৰিবলৈ আকাশ ক্ষেপনাস্ত্ৰ সংযোজনৰ বাবে অতিৰিক্ত 7টাকৈ স্কোৱাড্ৰন গঠনৰ চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতীয় বায়ুসেনাই ৷ 

নিউজ ডেস্ক, 15 চেপ্তেম্বৰঃ নিজৰ শক্তি বৃদ্ধিৰ বাবে 5400 কোটি টকাৰ বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতীয় বায়ুসেনাই ৷ প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা নিৰ্মাণকাৰী সংস্থা ভাৰত ইলেকট্ৰ'নিকছৰ সৈতে আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালী সংযোজনক লৈ স্বাক্ষৰ কৰিছে এই চুক্তি ৷ বায়ুসেনাত আকাশ ক্ষেপনাস্ত্ৰৰ শক্তি বৃদ্ধি কৰিবলৈ অতিৰিক্ত 7টা স্কোৱাড্ৰন গঠনৰ বাবে স্বাক্ষৰ কৰা হৈছে এই চুক্তি ৷ 

ইয়াৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাই আকাশ-1 ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বাবে 6,200 কোটি টকা ব্যয়েৰে 8টাকৈ স্কোৱাড্ৰন গঠন কৰিছিল ৷ ইয়াৰে 6টা স্কোৱাড্ৰন উত্তৰ-পূবত চীনত ৰোধিবলৈ নিয়োগ কৰাৰ লগতে মিৰাজ 2000 যুঁজাৰু ঘাটি গোৱালিয়ৰ আৰু আনটো পুনেস্থিত ছুখই- ছু30 এমকেআই যুঁজাৰু ঘাটিত নিয়োজিত হৈ আছে ৷ প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আকাশ-2 ক্ষেপনাস্ত্ৰ প্ৰণালীটো আগন্তুক 18 মাহৰ ভিতৰত আৰম্ভ হোৱাৰ লগতে তিনিবছৰৰ ভিতৰত ভাৰতীয় বায়ুসেনাই লাভ কৰিব ৷ ভাৰতীয় বায়ুসেনাৰ বিপৰীতে স্থলসেনাত 14,180 কোটি টকা ব্যয়েৰে দুটাকৈ আকাশ ৰেজিমেন্ট ইতিমধ্যেই সংযোজন কৰাৰ লগতে আন দুটা ৰেজিমেন্ট গঠনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ 

সংযোজিত দ্বিস্তৰীয় ৰামজেট ৰকেট প্ৰক্ষেপন প্ৰণালীৰ সহযোগত 60 কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াবলৈ সক্ষম 5.6 মিটাৰ দীঘল আকাশ ক্ষেপনাস্ত্ৰ ৷ 1984 চনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই আৰম্ভ কৰা ইন্টিগ্ৰেটেড গাইডেদ মিছাইল ডেভেলপমেন্ট প্ৰগ্ৰেমৰ মানসপুত্ৰ হৈছে আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালী ৷ আকাশ ক্ষেপনাস্ত্ৰ 25 কিলোমিটাৰৰ ব্যাসাৰ্ধত শত্ৰুপক্ষৰ বিমান, হেলিকপ্টাৰ, ড্ৰ'ণ আৰু ছাব-ছ'নিক ক্ৰুইজ মিছাইল ধৰা পেলোৱাৰ লগতে ইয়াক ধ্বংস কৰিব পৰা মাৰক ক্ষমতাৰ অধিকাৰী ৷ সম্পূৰ্ম অট'মেটিক এই আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালীয়ে যিকোনো প্ৰতিকূল পৰিস্থিতিতে কাম কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা সময়তে বহুকেইটা আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.