ETV Bharat / bharat

মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনা, নিহত 12

মহাৰাষ্টত সামগ্ৰী কঢ়িওৱা বাহনৰ সৈতে এখন টাটা মেজিক বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে 12 জন লোক নিহত ৷ 6 জনৰ ঘৰ মধ্যপ্ৰদেশৰ বাৰহনপুৰৰ বুলি জানিব পৰা গৈছে ৷

author img

By

Published : May 21, 2019, 12:51 PM IST

মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনা, নিহত 12

নিউজডেস্ক,21মে': মঙলবাৰে মহাৰাষ্ট্ৰৰ মলকাপুৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ য'ত বিস্ফোৰক সামগ্ৰী কঢ়িওৱা বাহনৰ সৈতে এখন টাটা মেজিক বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে 12 জন লোক নিহত হয় ৷ নিহতসকলৰ ভিতৰত 6 জনৰ ঘৰ ইতিমধ্যে মধ্যপ্ৰদেশৰ বাৰহনপুৰৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে সামগ্ৰী কঢ়িওৱা বাহনখন ইমানেই তীব্ৰ গতিত আছিল যে চালকজনে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মেজিকখনত 50 মিটাৰ পৰ্যন্ত চোচৰাই নিয়ে ৷ যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটোত 12 জন যাত্ৰী থিতাতে নিহত হয় ৷

Pathsala bihu celebration
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.