ETV Bharat / bharat

ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাল আৰু মুখ্য ন্যায়ধীশলৈ আবেদন কৰিছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ গাঁওবাসীয়ে চৰকাৰী ভূমি বলপূৰ্বকভাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি ব্যক্তি গৰাকীৰ লগতে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰাৰ বাবে এই সিদ্ধান্ত লোকজনৰ ৷

Request letter for Assisted-death!!
ইশ্চা মৃত্যু ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ
author img

By

Published : Sep 3, 2020, 10:53 PM IST

নিউজ ডেস্ক, 3 ছেপ্তেম্বৰ : মৃত্যু চিৰসত্য যদিও কোনোৱে ইয়াক সোনকালে কামনা নকৰে ৷ সকলোৰে নিজৰ জীৱনটো উপভোগ কৰাৰ হাবিয়াস থাকে ৷ কিন্তু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ব্যক্তিয়ে বিচাৰিছে মৃত্যু ৷ ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাল আৰু মুখ্য ন্যায়ধীশলৈ আবেদন কৰিছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ ৰাজ্যখনৰ প্ৰকাশম জিলাৰ ৰামচন্দ্ৰাপুৰমৰ বাসিন্দা কডুৰি ভেংকটেস্বাৰালুৱে নিজৰ পৰিয়ালৰ সৈতে আবেদন কৰিছে ৰাজ্যপাল আৰু মুখ্য ন্যায়ধীশলৈ ৷ গাঁওবাসীয়ে চৰকাৰী ভূমি বলপূৰ্বকভাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি ব্যক্তি গৰাকীৰ লগতে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰিছিল আৰু সেই উদ্দেশ্যে ইশ্চা মৃত্যু বিচাৰিছে পৰিয়ালটোৱে ৷

Request letter for Assisted-death!!
ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন

ৰাজ্যখনৰ MPTC বৰ্ডৰ প্ৰাক্তন সদস্য কডুৰি ভেংকটেস্বাৰালুৱে অৱশেষত গাঁওবাসীয়ে কৰা এই অপমান সহ্য কৰিব নোৱাৰি এই দৰে ইচ্ছা মৃত্যু বিচাৰি আবেদন কৰা বুলি জানিব পৰা গৈছে ৷

Request letter for Assisted-death!!
অসহায় ব্যক্তিগৰাকীৰ ক্ৰন্দন

লগতে পঢ়ক : প্ৰয়োজনত আইনৰ সহায় ল'ব কলিতা ছাত্র সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.