ETV Bharat / bharat

পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ কৰকঃ আমেৰিকা যুক্তৰাষ্ট্ৰ - ইটিভি অসম

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিৰ্দেশ মানক, সন্ত্ৰাসবাদীক ধন প্ৰদান নকৰিবঃআমেৰিকা

ETV BHARAT
author img

By

Published : Feb 28, 2019, 9:32 AM IST

সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিবলৈ পাকিস্তানক নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিৰ্দেশ মানি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ কৰিবলৈ তথা ধন প্ৰদান নকৰিবলৈ পাকিস্তানক নিৰ্দেশ দিয়ে আমেৰিকাই।

পুলৱামা আক্ৰমণৰ পাচৰে পৰা ভাৰত-পাকিস্তানৰ মাজত বৰ্তমানলৈ অব্যাহত থকা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আত্মপ্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনা লাঘৱ কৰিবলৈ দুয়ো দেশৰ সীমান্তত সৈন্য বাহিনীৰ গতিবিধি নিয়ন্ত্ৰণৰো পোষকতা কৰে দেশখনে । হিংসা পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰে পৰিস্থিতি শাম কটাবলৈ ভাৰত-পাকিস্তানক আহ্বান জনাই আমেৰিকাই।

উল্লেখ্য যে, জইছ-ই-মহম্মদৰ দ্বাৰা 40 জন ভাৰতীয় চি আৰ পিএফ জোৱান নিহত হোৱাৰ পাচৰে পৰাই চিৰবৈৰী পাকিস্তানৰ লগত সম্পৰ্কৰ অৱনতি ঘটিছে ভাৰতৰ । সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটি উচ্ছেদৰ বাবে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি এয়াৰ ষ্ট্ৰাইকযোগে ভাৰতে হত্যা কৰে 300 জনৰো অধিক জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক। দুয়োদেশৰ যুদ্ধ সদৃশ এই পৰিস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বিশেষ চৰ্চা । যাৰ বাবেই সন্ত্ৰাসবাদ নিৰ্মূলকৰণ আৰু ভাৰত-পাক সু-সম্পৰ্ক স্থাপনৰ বাবে বৰ্তমানে আত্মপ্ৰকাশ কৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ।

Reiterate call to pak to stop providing support to terrorists : USA

পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ কৰকঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিবলৈ পাকিস্তানক নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিৰ্দেশ মানি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ কৰিবলৈ তথা ধন প্ৰদান নকৰিবলৈ পাকিস্তানক নিৰ্দেশ দিয়ে আমেৰিকাই।

পুলৱামা আক্ৰমণৰ পাচৰে পৰা ভাৰত-পাকিস্তানৰ মাজত বৰ্তমানলৈ অব্যাহত থকা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আত্মপ্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনা লাঘৱ কৰিবলৈ দুয়ো দেশৰ সীমান্তত সৈন্য বাহিনীৰ গতিবিধি নিয়ন্ত্ৰণৰো পোষকতা কৰে দেশখনে । হিংসা পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰে পৰিস্থিতি শাম কটাবলৈ ভাৰত-পাকিস্তানক আহ্বান জনাই আমেৰিকাই। 

উল্লেখ্য যে, জইছ-ই-মহম্মদৰ দ্বাৰা 40 জন ভাৰতীয় চি আৰ পিএফ জোৱান নিহত হোৱাৰ পাচৰে পৰাই চিৰবৈৰী পাকিস্তানৰ লগত সম্পৰ্কৰ অৱনতি ঘটিছে ভাৰতৰ । সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটি উচ্ছেদৰ বাবে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি এয়াৰ ষ্ট্ৰাইকযোগে ভাৰতে হত্যা কৰে 300 জনৰো অধিক জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক। দুয়োদেশৰ যুদ্ধ সদৃশ এই পৰিস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বিশেষ চৰ্চা । যাৰ বাবেই সন্ত্ৰাসবাদ নিৰ্মূলকৰণ আৰু ভাৰত-পাক সু-সম্পৰ্ক স্থাপনৰ বাবে বৰ্তমানে আত্মপ্ৰকাশ কৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰয়ো । 
US_deptfeb28_6xy6RiV.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.