ETV Bharat / bharat

ৰাজস্থান ৰাজনৈতিক সংকট : আজিয়ে ৰায়দান কৰাৰ সম্ভাৱনা

ৰাজস্থান ৰাজনৈতিক সংকট সম্পৰ্কত আজিয়ে ৰায়দান কৰাৰ সম্ভাৱনা আছে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷

author img

By

Published : Jul 21, 2020, 12:11 PM IST

আজিয়ে ৰায়দান কৰাৰ সম্ভাৱনা
ৰাজস্থান ৰাজনৈতিক সংকট

নেশ্যনেল ডেস্ক, 21 জুলাই : ৰাজস্থানৰ ৰাজনৈতিক সংকট সম্পৰ্কত আজি ৰাজস্থান উচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে শুনানি ৷ উল্লেখ্য যে, শচীন পাইলট আৰু 18 গৰাকী কংগ্ৰেছৰ বিধায়কে ন্যায়ালয়ৰ কাষ চপাৰ পাচতে আৰম্ভ হৈছে শুনানি ৷

এই আবেদনৰ শুনানিৰ বাবে শুকুৰবাৰে মুখ্য ন্যায়াধীশ ইন্দ্ৰজিত মহান্তি আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ এখন বিচাৰক মণ্ডলী গঠন কৰা হয় ৷ সোমবাৰৰ সন্ধিয়া পৰ্যন্ত এই সম্পৰ্কত বিভিন্ন মতামত গ্ৰহণ কৰা হয় ৷

আজি পুনৰ শুনানি গ্ৰহণ কৰাৰ পাচতে এই সম্পৰ্কত ৰায়দান দিয়াৰ সম্ভাৱনা আছে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক : মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টনডনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.