ETV Bharat / bharat

নিবনুৱা সমস্যা সমাধানৰ দাবীৰে যুৱ কংগ্ৰেছৰ 'সংস্থাপন দিয়ক' শীৰ্ষক আন্দোলন

author img

By

Published : Aug 9, 2020, 8:27 PM IST

মহামাৰী ক'ৰণাৰ বাবে সমগ্ৰ দেশত দেখা দিয়া আৰ্থিক সংকটৰ মাজতে নিৱনুৱা সকলক সংস্থাপন দিয়াৰ দাবীৰে ভাৰতীয় যুৱ কংগ্ৰেছে ৯ আগষ্টৰ পৰা দেশযুৰি 'সংস্থাপন দিয়ক' শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে । দেশৰ বিভিন্ন প্ৰান্তত যুৱ কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ নেতৃত্বত চৰকাৰৰ খালী পদবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ দাবীৰে দেশযুৰি 'সংস্থাপন দিয়ক' শীৰ্ষক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

Raising issue of unemployment, IYC to start 'Rozgar Do' campaign from today
নিবনুৱা সমস্যা সমাধানৰ দাবীৰে যুৱ কংগ্ৰেছৰ 'সংস্থাপন দিয়ক' শীৰ্ষক আন্দোলন

নিউজ ডেস্ক,৯ আগষ্ট : প্ৰতিষ্ঠা দিৱসৰ দিনটোতে নিবনুৱা সমস্যাক মূল বিষয় হিচাবে লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্যৰে ভাৰতীয় যুৱ কংগ্ৰেছে দেওবাৰৰ পৰা সমগ্ৰ দেশযুৰি আৰম্ভ কৰিছে 'সংস্থাপন দিয়ক' শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী ।

কৰ্ম সংস্থাপন পাব পৰা অধিক সংখ্যক যুৱকৰে বিশ্বৰ ভিতৰতে সবাতোকৈ অধিক যুৱ শক্তি থকা এখন দেশ হৈছে ভাৰতবৰ্ষ । সেয়েহে নিবনুৱাৰে ভৰি পৰা দেশখনত কৰ্ম সংস্থাপনৰ এই বিষয়টোয়ে এতিয়া লাভ কৰিছে অধিক গুৰুত্ব । এই উদ্দেশ্যৰেই আমি ৯ আগষ্টৰ পৰা সমগ্ৰ দেশযুৰি আৰম্ভ কৰিব লৈছো 'সংস্থাপন দিয়ক' শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী । এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছে ।

  • Where is the future the govt promised?
    Where are the 2 crore jobs?

    This govt betrayed young India.

    On 9th August,
    fight for your right, fight for your future.
    India demands employment.#RozgarDo pic.twitter.com/ZeiHCFsyhq

    — Youth Congress (@IYC) August 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই আন্দোলনৰ মূল লক্ষ্য হৈছে,দেশৰ ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ধৰি জিলা,মহকুমা তথা গ্ৰামাঞ্চললৈকে দেশৰ নিৱনুৱা যুৱকসকলক একত্ৰিত কৰি নিৱনুৱা সমস্যা সমাধানৰ বাবে একেলগে প্ৰতিবাদ কৰা,যাতে চৰকাৰে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয় । ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সচিব শ্ৰীনিবাস বিভিয়ে ক'লে এইদৰে ।

  • युवाओं को भटकाना बंद करो,
    खाली पदों को तत्काल भरो!

    यदि आप बेरोजगार हैं तो #RozgarDo अभियान से जुड़कर अपनी बात रखिए। फोन उठाइए, वीडियो बनाइए और 9311372467 पर वॉट्सएप कीजिए। हम मांगेंगे सरकार से आपके सभी सवालों के जवाब। pic.twitter.com/JJFFmIQ2VH

ৰাষ্ট্ৰীয় সচিব গৰাকীয়ে লগতে উল্লেখ কৰিলে,বৰ্তমান দেশত ৩০ কোটিতকৈয়ো অধিক কৰ্ম সংস্থাপন পাব লগা যুৱক যুৱতী সংস্থাপনহীন হৈ থাকিব লগা হৈছে । এই ধৰনে নিবনুৱা সমস্যা বৃদ্ধি হৈ থকাৰ মাজতে বহুতে কৰিছে আত্মহত্যা । দূৰ্ভাগ্যজনক কথা এয়ে যে,কেন্দ্ৰীয় চৰকাৰে এইসমূহ নিবনুৱাৰ আহ্বানক কৰি পেলাইছে একেবাৰে গুৰুত্বহীন ।

  • जुमलों के जाल में युवाओं को फंसाना बंद करो,
    अपने वादे पूरे करो, युवाओं को रोजगार दो।

    यदि आप बेरोजगार हैं तो #RozgarDo अभियान से जुड़कर अपनी बात रखिए। फोन उठाइए, वीडियो बनाइए और 9311372467 पर वॉट्सएप कीजिए। हम मांगेंगे सरकार से आपके सभी सवालों के जवाब। pic.twitter.com/sErw2qABpA

যুৱ কংগ্ৰেছৰ প্ৰধান মুখপাত্ৰ ৰাহুল ৰাওৰ মতে,প্ৰথমে বিমুদ্ৰাকৰণ,তাৰ পিছত জিএচটি আৰু এতিয়া ল'কডাউনৰ দৰে ভুল সিদ্ধান্তৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে । মোদী চৰকাৰৰ অদক্ষতাৰ বাবেই এতিয়া দেশৰ লক্ষ্য লক্ষ্য যুৱক হ'ব লগা হৈছে কৰ্ম সংস্থাপহীন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.