ETV Bharat / bharat

ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদত কন্যাৰ লগতে মহিলাৰ মৃত্যু - মুখ্য সচিব

হায়দৰাবাদত ধাৰাষাৰ বৰষুণৰ ফলত মহিলাৰ লগতে কন্যাৰ মৃত্যু ৷ ঘৰৰ ছাদ খহি পৰাত মৃত্যু হয় তেওঁলোকৰ ৷ চৰকাৰৰ ফালৰ পৰা সকলো সময়তে সতৰ্কতা অৱলম্বন ৷

Live: Rain fury in Telangana and Andhra Pradesh
ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদত কন্যাৰ লগতে মহিলাৰ মৃত্যু
author img

By

Published : Oct 14, 2020, 5:37 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰ : ধাৰাসাৰ বৰষুণৰ ফলত মঙলবাৰে হায়দৰাবাদৰ ইব্ৰাহিমপাটনম অঞ্চলত এগৰাকী 40 বছৰীয়া মহিলাৰ লগতে তেওঁৰ কন্যাৰ মৃত্যু হয় ৷ প্ৰৱল বৃষ্টিপাতৰ ফলত ঘৰৰ ছাদ খহি পৰাৰ ফলত তেওঁলোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ তেলেংগনা আৰক্ষীয়ে প্ৰকাশ কৰিছে তথ্য ৷

Live: Rain fury in Telangana and Andhra Pradesh
ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদৰ দৃশ্য

উল্লেখ্য যে, ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ চৰকাৰী তথ্য অনুসৰি, মঙলবাৰে ৰাতিপুৱাৰ 8.30 বজাৰ পৰা ঘন্টাত 2100 মিমি বৰষুণ আৰু মেডচাল মলাকাজজিৰি জিলাৰ চিনাপুৰ জনশ্বিপ অঞ্চলত ঘন্টাত 292.5 মি.মি বৰষুণ হৈছিল ৷ একেদৰে ইয়াদাদাৰী-ভংবিৰ জিলাখনৰ ভাৰকত ঘন্টাত 250.8 মি.মি বৰষুণ হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৷

ইফালে, ৰাজ্যখনৰ মুখ্য সচিব কোমশ কুমাৰে সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী বিষয়াসকলক সতৰ্ক কৰি দিয়ে ৷ লগতে, মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰাজ্যৰ ধাৰাসাৰ বৰষুণৰ পৰিস্থিতিৰ বাবে সকলো বিভাগক সতৰ্ক কৰি দিয়ে ৷

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী জি কিষান ৰেড্ডীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ'ব পৰা ভয়ংকৰ পৰিস্থিতি আৰু বানপানীৰ বাবে সহায়ক দল ইতিমধ্যে, সাজু কৰি ৰাখিছে ৷

লগতে পঢ়ক : যদিহে আৰ.জে.ডি জিকে তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীয়ে শৰণ ল'ব বিহাৰত: নিত্যানন্দ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.