ETV Bharat / bharat

শ্ৰীলংকা কাণ্ডত জড়িত নেকি কেৰালাৰ সন্ত্ৰাসবাদী !

author img

By

Published : Apr 29, 2019, 9:52 AM IST

ফেচবুকযোগে জাহৰান হাছিম নামৰ এটা সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰাৰ পাচতে সন্দেহজনক যুৱকজনৰ সন্ধানত বিদ্যানগৰ নামৰ এটা অঞ্চলৰ দুটাকৈ বাসগৃহত তালাচী চলায় দলটোৱে । এই অভিযানত কেইবাটাও ম'বাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

শ্ৰীলংকা বিস্ফোৰণ সন্দৰ্ভত কেৰেলাত অভিযান নিয়াৰ

কাছাৰগঢ়, ২৯ এপ্ৰিলঃ কেৰালাৰ কাছাৰগঢ় আৰু পালাক্কাড় জিলাত সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই অভিযান চলায়। শ্ৰীলংকাত সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণ সন্দৰ্ভত সূত্ৰযোগে এক তথ্য লাভ কৰাৰ পিচতে এই অভিযান চলায় নিয়াৰ দলটোৱে ।

ফেচবুকযোগে জাহৰান হাছিম নামৰ এটা সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰাৰ পাচতে সন্দেহজনক যুৱকজনৰ সন্ধানত বিদ্যানগৰ নামৰ এটা অঞ্চলৰ দুটাকৈ বাসগৃহত তালাচী চলায় দলটোৱে । এই অভিযানত কেইবাটাও ম'বাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে 21 এপ্ৰিলত ইষ্টাৰৰ প্ৰাৰ্থনাৰ সময়তে আঠটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠিছিল চুবুৰীয়া দেশখন ৷ দুটা দিনত নটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল শ্ৰীলংকাত ৷ ধাৰাবাহিক বিস্ফোৰণত 300ৰো অধিক লোক নিহত হোৱাৰ উপৰিও আহত হৈছিল পাঁচশৰো অধিক লোক ৷ বিস্ফোৰণত নিহত হৈছিল 10 জনকৈ ভাৰতীয় ৷

Raids held in several parts of Kerala in connection with SL Blast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.