ETV Bharat / bharat

কেন্দ্ৰই কৰ'ণা আক্ৰান্ত স্বাস্থ্যকৰ্মীক উপেক্ষা কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

যিসকল স্বাস্থ্য়কৰ্মীৰ দেহত COVID-19 ৰ অৱস্থিতি ধৰা পৰিছে সেইসকল লোকক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

ৰাহুল গান্ধী
ৰাহুল গান্ধী
author img

By

Published : Sep 18, 2020, 3:14 PM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কেন্দ্ৰ চৰকাৰক পুনৰ আক্ৰমণ কৰি তেওঁলোকে স্বাস্থ্যকৰ্মী সকলক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যিসকল স্বাস্থ্য়কৰ্মীৰ দেহত COVID-19 ৰ অৱস্থিতি ধৰা পৰিছে সেইসকল লোকক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

"প্ৰতিকুল ডাটা-ফ্ৰী মোডী চৰকাৰ ! কাহী বজোৱা, বন্তি জ্বলোৱাতকৈও অধিক জৰুৰী তেওঁলোকৰ সুৰক্ষা আৰু সন্মান ৷ মোডী চৰকাৰ, কৰ'ণা যোদ্ধা সকলক ইমান অপমান কিয় ?" এইদৰে টুইটযোগে উল্লেখ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

কেন্দ্ৰই কৰ'ণা আক্ৰান্ত স্বাস্থ্যকৰ্মীক উপেক্ষা কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ
কেন্দ্ৰই কৰ'ণা আক্ৰান্ত স্বাস্থ্যকৰ্মীক উপেক্ষা কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

নেতা গৰাকীয়ে টুইটটোৰ সৈতে এটা প্ৰতিবেদনৰ লিংকো প্ৰদান কৰে ৷ কেন্দ্ৰৰ ওচৰত COVID-19 ত আক্ৰান্ত স্বাস্থ্যকৰ্মী সকলৰ কোনো ডাটা নাই বুলি মন্তব্য় কৰাৰ পাচতে ৰাহুল গান্ধীয়ে টুইট প্ৰেৰণ কৰে ৷

বৃহস্পতিবাৰেও কংগ্ৰেছ নেতা গৰাকীয়ে নিবনুৱা সমস্য়াৰ বিষয়ক কেন্দ্ৰ কৰি চৰকাৰক আক্ৰমণ কৰিছিল যে, "ব্যাপক নিবনুৱা সমস্যাই এতিয়া যুৱ-প্ৰজন্মক ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰিবলৈ বাধ্য কৰাইছে ৷"

লগতে পঢ়ক: গোৰ্খালেণ্ডৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.