ETV Bharat / bharat

পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিক লৈ এনডিএক কটাক্ষ ৰাহুলৰ

author img

By

Published : Jun 15, 2020, 10:52 PM IST

কংগ্ৰেছ নেতাগৰাকীয়ে মধ্যবিত্ত তথা দৰিদ্ৰলোকে "পুঁজিপতিসকলৰ উপহাৰ" হিচাপে ভূগিবলগীয়া হৈছে বুলি চৰকাৰক কটাক্ষ কৰে ।

Rahul Gandhi slams govt as fuel prices raised for 9th straight day

নতুন দিল্লী, ১৫ জুন : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে পেট্ৰ’ল, ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে । তেঁও মধ্যবিত্ত তথা দৰিদ্ৰলোকে "পুঁজিপতিসকলৰ উপহাৰ" হিচাপে ভূগিবলগীয়া হৈছে বুলি চৰকাৰক কটাক্ষ কৰে ।

Rahul Gandhi slams govt as fuel prices raised for 9th straight day
পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিক লৈ এনডিএক কটাক্ষ ৰাহুলৰ

কংগ্ৰেছ নেতাগৰাকীয়ে এক তথ্য প্ৰকাশ কৰি কয় যে ইউপিএৰ শাসনকালত ২০১৪ চনৰ মে'ত বিশ্বজুৰি উচ্চ অপৰিশোধিত ব্যয় সত্ত্বেও পেট্ৰ’ল, ডিজেলৰ দাম হ্ৰাস পাইছিল, কিন্তু এনডিএ চৰকাৰে ২০২০ চনৰ ১৫ জুনত পেট্ৰ’লৰ ওপৰত শুল্ক ২৫৮.৪৭ শতাংশ আৰু ডিজেলৰ ওপৰত ৮১৯.৯৪ শতাংশ বৃদ্ধি কৰিছে ।

দেওবাৰে দেশত পুনৰ বৃদ্ধি পায় পেট্ৰ’ল, ডিজেলৰ মূল্য । দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ৬২ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬৪ পইচা বৃদ্ধি পায় । ইয়াৰ লগতে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৫.৭৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.০৩ টকা হয়গৈ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.