ETV Bharat / bharat

বিদেশ ভ্ৰমণলৈ ৰাওনা ৰাহুল গান্ধী

author img

By

Published : Dec 27, 2020, 10:26 PM IST

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, দেওবাৰে পুৱা ৰাহুল গান্ধীয়ে কাটাৰ এয়াৰৱেজ বিমানৰ জৰিয়তে ইটালীৰ মিলিটলৈ ৰাওনা হৈছে ৷ ইটালীত বসবাস কৰা আইতাকৰ খবৰ ল'বলৈ নেতাগৰাকী ইটালীলৈ গৈছে বুলি জানিব পৰা গৈছে ৷

বিদেশ ভ্ৰমণলৈ ৰাওনা ৰাহুল গান্ধী
বিদেশ ভ্ৰমণলৈ ৰাওনা ৰাহুল গান্ধী

নিউজ ডেস্ক, 27 ডিচেম্বৰঃ ব্যক্তিগত ভ্ৰমণসূচীৰে দেওবাৰে বিদেশলৈ ৰাওনা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছে সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য কৰা নাছিল ৷ অৱশ্যে দলটোৰ মুখপ্ৰাত্ৰ ৰণদ্বীপ সুৰজেৱালাই মন্তব্য কৰে যে, তেওঁ সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ গৈছে ৷

ইপিনে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, ৰাহুল গান্ধীয়ে দেওবাৰে ৰাতিপুৱা কাটাৰ এয়াৰৱেজ বিমানৰ জৰিয়তে ইটালীৰ মিলিটলৈ ৰাওনা হৈছেইটালীত বসবাস কৰা তেওঁৰ আইতাকৰ খবৰ ল'বলৈ ৷

উল্লেখযোগ্য যে, সোমবাৰে উদযাপন কৰা হ’ব কংগ্ৰেছৰ 136 তম প্ৰতিষ্ঠা দিৱস ৷ তাৰ এদিন আগতে গান্ধীয়ে বিদেশ ভ্ৰমণ কৰাক লৈ দলটোৰ মাজত মিশ্ৰিতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়কঃ আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.