ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ - ৰাহুল গান্ধী

গাজিয়াবাদৰ সাংবাদিক বিক্ৰম যোশীৰ হত্যা সন্দৰ্ভত শোক প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । সাংবাদিক গৰাকীৰ হত্যা সন্দৰ্ভত বিজেপি চৰকাৰক আক্ৰমণাত্মক মন্তব্য কৰি উত্তৰ প্ৰদেশ চৰকাৰে গুণ্ডা ৰাজ চলাইছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
ৰাহুল গান্ধী
author img

By

Published : Jul 22, 2020, 8:10 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক "গুণ্ডা ৰাজ" বুলি মত ব্যক্ত কৰে। গাজিয়াবাদৰ বিক্ৰম যোশী নামৰ সাংবাদিক জনে নিজৰ ভাগিনিয়েকৰ লগত হোৱা অসৎ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সময়ত সোমবাৰে নিশা কোনো দুৰ্বৃত্তই গুলীয়াই থৈ যায় বিক্ৰম যোশীক।

  • Shocking jungle raaj in #Ghaziabad area with journalist #Joshi, already known as complainant in #FIR, being shot on scooter while with his daughters, struggling in coma with bullet in skull! Thank God daughters not hit. Shocking, scary, disgusting lack of fear of law & order! #UP

    — Abhishek Singhvi (@DrAMSinghvi) July 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • The shocking assassination of a journalist in UP is another example of breakdown of law & order in the state

    It is also a grim reminder of how media is being systematically intimidated since last 6yrs

    Our condolences to family of Mr Joshi.We stand behind fearless journalism

    — Ahmed Patel (@ahmedpatel) July 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গুৰুতৰভাৱে আহত সাংবাদিক যোশীক হাস্পতালত ভৰ্তি কৰায় যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যোশীৰ। যাৰ বাবেই কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক আক্ৰমণ কৰে।

  • क्या ये वो “राम राज्य” है, जिसका वादा कर भाजपाई सत्ता के सिंहासन पर बैठे थे?

    ये सरेआम “गुंडाराज” है।

    यू.पी में न पत्रकार सुरक्षित और न क़ानून के रखवाले। फिर आम आदमी को न्याय की क्या उम्मीद?

    उत्तरप्रदेश अब अपराध प्रदेश बन गया है। https://t.co/njaRlt49Jz

    — Randeep Singh Surjewala (@rssurjewala) July 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • अपनी भांजी के साथ छेड़छाड़ का विरोध करने पर पत्रकार विक्रम जोशी की हत्या कर दी गयी। शोकग्रस्त परिवार को मेरी सांत्वना।

    वादा था राम राज का, दे दिया गुंडाराज।

    — Rahul Gandhi (@RahulGandhi) July 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে, “নিজৰ ভাগিনৰ লগত হোৱা অসৎ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গুলীয়াই হত্যা কৰে সাংবাদিক বিক্ৰম যোশীক । পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো । ৰাম ৰাজ্য গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,কিন্তু দেখুৱালে গুণ্ডাৰাজ । ”

  • गाजियाबाद NCR में है। यहां कानून व्यवस्था का ये आलम है तो आप पूरे यूपी में कानून व्यवस्था के हाल का अंदाजा लगा लीजिए।

    एक पत्रकार को इसलिए गोली मार दी गई क्योंकि उन्होंने भांजी के साथ छेड़छाड़ की तहरीर पुलिस में दी थी।

    इस जंगलराज में कोई भी आमजन खुद को कैसे सुरक्षित महसूस करेगा?

    — Priyanka Gandhi Vadra (@priyankagandhi) July 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.